• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথিৱীৰ প্ৰাচীনতম মদৰ ভাটি উদ্ধাৰ! মিচৰৰ মাটিৰ তলত বিয়েৰ কাৰখানাৰ সন্ধান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2021 8:31 am
oldest beer brewary
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্নতাত্ত্বিকৰ বিস্ময়ৰ খনি প্ৰাচীন মিচৰৰ কেইবা হাজাৰ বছৰৰো পূৰ্বৰ স্মৃতিচিহ্ন বৰ্তমানৰ ইজিপ্তৰ ভূমিত বিদ্যমান।

ইয়াতেই এইবাৰ সন্ধান পোৱা গৈছে বিশাল পৰিমানৰ মদৰ খনিৰ বা বিয়েৰ কাৰখানাৰ। এই আৱিষ্কাৰে প্ৰত্নতাত্ত্বিকসকলক শিহৰিত কৰি তুলিছে।

Apply Now

আজিৰ পৰা ইমান বছৰ পূৰ্বে ইমান পৰিমানে মদ এনেদৰে প্ৰস্তুত কৰি জমা কৰি ৰখাৰ ঘটনা প্ৰত্যক্ষ কৰি তেওঁলোক অভিভূত হৈ পৰিছে।

প্ৰত্নতাত্ত্বিকসকলে দাবী কৰিছে যে এইটোৱে পৃথিৱীৰ আটাইতকৈ প্ৰাচীনতম মদ প্ৰস্তুত কৰা কাৰখানা।

অৱশ্যে, ইয়াৰ পূৰ্বেও তেওঁলোকে ২০১৫চনত প্ৰাচীন মিচৰত প্ৰস্তুত হোৱা বিয়েৰৰ প্ৰমান লাভ কৰিছিল। বিভিন্ন মাটিৰ ধ্বংসাৱশেষৰ পৰা সেয়া স্পষ্ট হৈছিল। কিন্তু ইমান বিশাল পৰিমানৰ মদৰ ভাটি অভূতপূৰ্ব তথা বিস্ময়কৰ।

মুঠতে আঠটা উধানত সেই মদ ৰখা হৈছিল। একোটা উধানত ৪০টাকৈ পাত্ৰ আছিল।

আমেৰিকা আৰু ইজিপ্তৰ যৌথ উদ্যোগত দেশখনৰ এবিডোছত খনন কাৰ্যটো চলোৱা হৈছিল।

খনন কাৰ্যৰ মুৰব্বী নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপক মেথিউ আদামছে কয়,’’ সম্ভৱত: মিচৰৰ ৰাজপৰিয়ালৰ অন্তিম সংস্কাৰত ব্যৱহাৰ কৰাৰ বাবে ইয়াত মদ প্ৰস্তুত কৰা হৈছিল।‘’

অনুমান কৰা মতে এই আঠটা বৃহৎ উধান বিয়েৰ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। প্ৰত্নতাত্ত্বিকসকলে অনুমান কৰা মতে এতিয়াৰে পৰা পাঁচ হাজাৰ বছৰ পূৰ্বে মিচৰৰ সম্ৰাট নাৰ্মাৰৰ শাসনকালত এই বিয়েৰ সংৰক্ষণ কৰা হৈছিল।

চৰকাৰী বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এয়াই প্ৰথম কাৰাখানাটোৰ সন্ধান পোৱা গৈছে যদিও বিংশ শতিকাত ব্ৰিটিছ প্ৰত্নতাত্ত্বিকসকলে এইটো আৱিষ্কাৰ কৰা বুলি দাবী কৰিছিল। কিন্তু পাছত সেই স্থানৰ সন্ধান পোৱা হোৱা নাছিল।

এতিয়া সেই নিভৃত বিস্ময়ৰ সন্ধান পোৱা গ’ল। সেয়াই নহয়, মদৰ ভাটিৰ পাত্ৰসমূহ খুলি পৰীক্ষা কৰিও চোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

October 28, 2026 7:22 am
৫৩ বছৰতো ইমান ফিট শচীন তেণ্ডুলকাৰ! ত্যাগ কৰিছে দুটা বদভ্যাস, জানক তেওঁৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰহস্য

৫৩ বছৰতো ইমান ফিট শচীন তেণ্ডুলকাৰ! ত্যাগ কৰিছে দুটা বদভ্যাস, জানক তেওঁৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰহস্য

October 28, 2026 6:49 am
অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

October 28, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd