DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অৰ্চনাৰ কেৰিয়াৰলৈ সংকট! পঞ্জাৱত সিদ্ধুৰ পৰাজয়ৰ পিছতে সামাজিক মাধ্যমত সৰস চৰ্চা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2022 8:48 pm
2021_10$largeimg_1385371939
230
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱ বিধানসভা নিৰ্বাচনত নভজ্যোৎ সিং সিদ্ধু পৰাজিত হৈছে। ইপিনে, সামাজিক মাধ্যমত ট্ৰেণ্ডিং হৈছে অৰ্চনা পূৰণ সিং! পূৰ্বেও সিদ্ধুৰ সৈতে নাম সাঙোৰ খাই কেইবাবাৰো সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছিল অৰ্চনাই।

এইবাৰ পুনৰ আহিল চৰ্চালৈ। কিন্তু এই চৰ্চাৰ মূল উৎস হৈছে কপিল শৰ্মাৰ কমেডি শ্বো। সেয়া কেনেকৈ হ’ল সেই বিষয়ে জানিবলৈ কিছু উভতি চাব লাগিব।

এসময়ত কপিল শৰ্মাৰ শ্বোৰ বিশেষ অতিথিৰ আসনত বহিছিল নভজ্যোৎ সিং সিদ্ধু। দৰ্শকে তেওঁৰ ৰসিকতাত মুগ্ধও হৈছিল। এটাৰ পিছত এটাকৈ ‘শ্যায়েৰ’ গাই সকলোকে আপ্লুত কৰিছিল।

লগতে পঢ়ক: বিশ্ব বক্সিং চেম্পিয়নশ্বিপত খেলাৰ যোগ্যতা অৰ্জন অলিম্পিক পদক বিজয়ী লাভলিনাৰ; খেলিব অংকুশিতাইয়ো

তাৰমাজতে হঠাৎ কপিল শৰ্মাৰ শ্বো এৰি ৰাজনীতিলৈ ঢাপলি মেলে সিদ্ধু। তেওঁৰ সেই স্থান পূৰাবলৈ আহি সেই আসনত বহে অৰ্চনা পূৰণ সিং। সিদ্ধুৰ স্থানত বহি অৰ্চনায়ো জনপ্ৰিয়তা লাভ কৰিছে।

বৃহস্পতিবাৰে পঞ্জাৱ বিধানসভা নিৰ্বাচনত সিদ্ধুৰ পৰাজয়ৰ পিছতে পুনৰ সামাজিক মাধ্যমত অৰ্চনা পূৰণ সিং আৰু সিদ্ধুক চৰ্চাৰ মাজলৈ টানি আনিলে।

বহুতেই সামাজিক মাধ্যমত বিভিন্ন মিম শ্বেয়াৰ কৰি ৰসিকতা বিলালে। লগতে লিখিলে যে এইবাৰ অৰ্চনা আসন গ’ল! কিয়নো সিদ্ধু এইবাৰ ঘুৰি আহিব কপিল শৰ্মাৰ শ্বো-লৈ।

লগতে পঢ়ক:মোবাইল মেৰামতি দোকানৰ পৰা পঞ্জাৱ বিধানসভালৈ: প্ৰাক্তন মুখ্যমন্ত্ৰীক হৰুৱাই চমক চাফাই কৰ্মীৰ পুত্ৰৰ

ইয়াৰ পূৰ্বে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা সিদ্ধুৱে পদত্যাগ কৰাৰ সময়তো একেধৰণে অৰ্চনাকলৈ সামাজিক মাধ্যমত সৰস চৰ্চা চলিছিল। 

Recent News

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd