পৰিমল দাসৰ মৃত্যুত মুখ্য মন্ত্ৰী সোণোৱালৰ শোকপ্ৰকাশ : সমাজকৰ্মী, পৰিৱেশবিদ, অভিযন্তা দাসৰ মৃত্যু ৰাজ্যৰ বাবে ‘অপূৰণীয় ক্ষতি’
বিশিষ্ট সমাজকৰ্মী, পৰিৱেশবিদ, অভিযন্তা পৰিমল দাসৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। এন ই নাওলৈ প্ৰেৰণ কৰা ...