456448-297024-ranjan-gogoi

উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অন্তিম দিন: ভৰপূৰ আদালতত অধিবক্তাৰ প্ৰশংসা; মিচিকিয়াই হাঁহি কি ক’লে গগৈয়ে?

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। কিন্তু উচ্চতম ন্যায়ালয়ত আজি আছিল তেওঁৰ ...

leopard

ডিব্ৰুগড়ত নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন লোক আঘাতপ্ৰাপ্ত; ৮ ঘণ্টাৰ অন্তত ট্ৰেংকুলাইজ

ডিব্ৰুগড় জিলাৰ পল্টনবজাৰ অঞ্চলত বৃহস্পতিবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ আক্ৰমণ এজন লোক আঘাতপ্ৰাপ্ত হয়। বন বিভাগে প্ৰয়োজনীয় ট্ৰেংকুলাইজাৰ নথকাৰ বাবে ...

Bhabajeet-Choudhury

এছিয়াৰ বৃহৎ সমৰকলাৰ বাবে সাজু অসমৰ ভৱজিৎ চৌধুৰী

অসমৰ সমৰকলা খেলুৱৈ ভৱজিৎ চৌধুৰীয়ে এছিয়াৰ বৃহৎ ফাইটিং প্ৰমোশ্যন ‘ব্ৰেভ কমবেট ফেডাৰেশ্যন’ৰ সৈতে চুক্তিবদ্ধ হৈছে। হায়দৰাবাদত ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ...

India vs Afganistan

২০২২ ফিফা বিশ্বকাপ কোৱালিফায়াৰ : ভাৰত-আফগানিস্তানৰ খেল ড্ৰ

ভাৰত আৰু আফগানিস্তানৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ২০২২ ফিফা বিশ্বকাপ কোৱালিফায়াৰ খেলখন ১-১ গ’লত ড্ৰ ৰূপে সামৰণি পৰে। নিৰপেক্ষ ভ্যেনু ...

facebook1_111419114541 212

টিকটকত মাৰ্ক জুকাৰবাৰ্গৰ গোপন একাউন্ট; আঁৰত লুকাই আছে কি ৰহস্য?

সাম্প্ৰতিক সময়ত টিকটক আমেৰিকাৰ পৰা আৰম্ভ কৰি ভাৰতলৈকে ছচিয়েল নেটৱৰ্কিং ক্ষেত্ৰত অদ্বিতীয় কোম্পানী ফে’চবুকৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে। টিকটকৰ ...

Rahul remark on Rafale

ৰাফেলক লৈ কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত : বিপ্লৱ কুমাৰ দেৱ

ৰাফেল চুক্তিত কেলেংকাৰী হোৱা বুলি অভিযোগ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত বুলি দাবী জনাইছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী ...

Sports-1-1024x512

উৎকৃষ্ট খেলুৱৈৰ বাবে চাকৰিত ৫ শতাংশ সংৰক্ষণ মিজোৰামত

ৰাজ্যখনৰ উৎকৃষ্ট খেলুৱৈৰ বাবে চৰকাৰী চাকৰিত মিজোৰাম চৰকাৰে ৫শতাংশ সংৰক্ষণৰ কথা বৃহস্পতিবাৰে ঘোষণা কৰিছে। ক্ৰীড়াক উৎকৃষ্ট ৰূপত তুলি ধৰা তথা ...

Pinkathon

পিংকাথন : অসমৰ ৫০ বছৰীয়া ইৰিণাই সম্পূৰ্ণ কৰিলে ৫৫ কিলোমিটাৰ দৌৰ

‘স্পীৰিট অব পিংকাথন ৰান’ৰ প্ৰথম সংস্কৰণত তেজপুৰৰ পৰা গুৱাহাটীলৈ দৌৰ আৰম্ভ কৰা ইৰিণা হাজৰিকাই বৃহস্পতিবাৰে ৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। ...

Page 4472 of 6686 1 4,471 4,472 4,473 6,686

Recent News