• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছিয়াৰ বৃহৎ সমৰকলাৰ বাবে সাজু অসমৰ ভৱজিৎ চৌধুৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 15, 2019 10:53 am

1 min read

Bhabajeet-Choudhury

ভৱজিৎ চৌধুৰী

6.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ সমৰকলা খেলুৱৈ ভৱজিৎ চৌধুৰীয়ে এছিয়াৰ বৃহৎ ফাইটিং প্ৰমোশ্যন ‘ব্ৰেভ কমবেট ফেডাৰেশ্যন’ৰ সৈতে চুক্তিবদ্ধ হৈছে।

হায়দৰাবাদত ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এখন খেলত চৌধুৰীয়ে ইংলেণ্ডৰ মাৰ্টিন হুদছনৰ বিপক্ষে অংশ ল’ব।

ভৱজিৎ চৌধুৰীয়ে ৭৭ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে ছুপাৰ ফাইট লীগত গুজৰাটৰ অধিনায়ক হিচাপে থাকিব।

চৌধুৰীয়ে উত্তৰ-পূবত বহু কেইগৰাকী প্ৰতিভাৱান যুঁজাৰু থকা বুলি উল্লেখ কৰি এই ক্ষেত্ৰত জনসচেতনতা আৰু প্ৰয়োজনীয় গুৰুত্বৰ অভাৱৰ  বাবে প্ৰতিভা সমূহ চিনাক্ত হোৱা নাই বুলি কয়।

প্ৰফেশ্যনেল এম এম এত চৌধুৰীয়ে আঠখন খেলত জয়, তিনিখনত পৰাজয়েৰে উত্তৰ-পূবৰ আটাইতকৈ সফল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।

‘ষ্ট্ৰেটচাৰ’ নামেৰে জনপ্ৰিয় চৌধুৰীয়ে সদায় প্ৰতিপক্ষক প্ৰত্যাহৱান জনাই আহিছে।

 

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd