VideoCapture_20191101

এক ব্যতিক্ৰমী ছবি; হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে সামূহিক কৃষিকাৰ্য্য

খাদ্য বিচৰাৰ নামত লোকালয়ত প্ৰৱেশ কৰি আতংক সৃষ্টি কৰা বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ নগাঁৱৰ ‘হাতী বন্ধু’ নামৰ এটা সংগঠনে ...

credit-card-debit-card

আপুনিও সতৰ্ক হওক; চুৰি হৈছে ১২ লাখ ভাৰতীয়ৰ ডেবিট-ক্ৰেডিট কাৰ্ডৰ তথ্য

আপুনি যদি ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড ব্যৱহাৰ কৰে তেতিয়াহ’লে সতৰ্ক হওক। কিয়নো দেশৰ ১২ লাখতকৈয়ো অধিক লোকৰ ক্ৰেডিট কাৰ্ড ...

16regFair-1140x570

শতাধিক গ্ৰন্থ বিপনীৰ অংশ গ্ৰহণেৰে আজিৰে পৰা মহানগৰীত উত্তৰ-পূব গ্ৰন্থমেলা

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আয়োজন কৰা ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা আজিৰে পৰা অহা ১২ নৱেম্বৰলৈ মহানগৰীৰ চানমাৰি ...

https://assam.nenow.in/wp-content/uploads/2019/11/IMG-20191101-WA0001.jpg

আমগুৰিৰ অভয়পুৰীয়া গাঁৱক হস্ততাঁতৰ আদৰ্শ গাঁও ঘোষণা

আমগুৰিৰ অভয়পুৰীয়া গাঁৱক হস্ততাঁতৰ আদৰ্শ গাওঁ হিচাপে ঘোষণা কৰিলে শিৱসাগৰ জিলা প্ৰশাসন আৰু জিলা হস্ততাতঁ বস্ত্ৰশিল্প বিভাগে। শিৱসাগৰ জিলা প্ৰশাসন ...

‘চাকৰি নিয়মীয়াকৰণ’ক বাদ কৰি টে’ট শিক্ষকলৈ সৰ্বশিক্ষা মিছনে কঢ়িয়াই আনিছে বহুতো সু-খবৰ

‘চাকৰি নিয়মীয়াকৰণ’ক বাদ কৰি টে’ট শিক্ষকলৈ সৰ্বশিক্ষা মিছনে কঢ়িয়াই আনিছে বহুতো সু-খবৰ

সদৌ অসম প্ৰাথমিক টে'ট উত্তীৰ্ণ শিক্ষক সমাজ আৰু সৰ্বশিক্ষা মিছন অভিযানৰ সঞ্চালকৰ সৈতে আজি অৰ্থাৎ বৃহস্পতিবাৰে এক বৈঠক অনুষ্ঠিত হয়। কাহিলীপাৰাস্থিত ...

CM Sonowal

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শুভ উদ্বোধন কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে। জ্যোতি চিত্ৰবন ড০ ভূপেন ...

মাৰ্ঘেৰিটা দৰিদ্ৰ পৰিয়ালৰ যুৱতী প্ৰিয়া দেৱনাথলৈ ‘মিছ ইণ্ডিয়া’ৰ খিতাপ

মাৰ্ঘেৰিটা দৰিদ্ৰ পৰিয়ালৰ যুৱতী প্ৰিয়া দেৱনাথলৈ ‘মিছ ইণ্ডিয়া’ৰ খিতাপ

বোকাত পদুম ফুল ফুলে এই আপতঃ বাক্যশাৰী প্ৰমাণ কৰিছে মাৰ্ঘেৰিটাৰ প্ৰিয়া দেৱনাথ নামৰ যুৱতীগৰাকীয়ে। এথলেকটিছ আৰু শৰীৰ চৰ্চাত জড়িত হৈ ...

Naga settlement nscn (im) with ravi

দশকজোৰা নাগা আলোচনাৰ “সফল” সমাপ্তি? কেন্দ্ৰ-এন এচ চি এন (আই এম) বৈঠকৰ অন্ত

কেইবাদশকজোৰা নাগা আলোচনাৰ “সফল” সমাপ্তি ঘটাৰ বাতৰি আহিছে; আৰু সূত্ৰমতে, কেন্দ্ৰ আৰু এন এচ চি এন (আই এম)ৰ বৃহস্পতিবাৰৰ বৈঠকৰ ...

Page 4493 of 6671 1 4,492 4,493 4,494 6,671

Recent News