• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এক ব্যতিক্ৰমী ছবি; হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে সামূহিক কৃষিকাৰ্য্য

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , November 1, 2019 10:36 am

2 min read

VideoCapture_20191101

ফটো : নৰ্থ-ইষ্ট নাও

2.5k
VIEWS
Share on FacebookShare on Twitter

খাদ্য বিচৰাৰ নামত লোকালয়ত প্ৰৱেশ কৰি আতংক সৃষ্টি কৰা বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ নগাঁৱৰ ‘হাতী বন্ধু’ নামৰ এটা সংগঠনে লোৱা এক বিশেষ পদক্ষেপে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

হাতীৰ জাকক লোকালয়ত প্ৰৱেশত বাধা আৰু খাদ্য যোগান ধৰাৰ বাবদ সংগঠনটোৱে জিলাখনৰ চাপানালাৰ নিকটৱৰ্তী হাতীখলি-ৰংহাং গাঁৱৰ ২০০ বিঘা ভূমিত ধান খেতি কৰিছে। এই ধান খেতিৰ বাবেই হাতীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাইছে অঞ্চলবাসী।

উল্লেখ্য যে বিগত চাৰিদিন ধৰি হাতীৰ এটা জাকে উক্ত খেতি ডৰাত ধান খাবলৈ আহে আৰু খোৱা শেষ হোৱাৰ পাছত জাকটো পুনৰ কাৰ্বি পাহাৰলৈ উভটি যায় বুলি স্থানীয় লোকে জনায়।

নিশাৰ দৃশ্য। ফটো : নৰ্থ-ইষ্ট নাও

ইফালে বৃহস্পতিবাৰে নিশা হাতীৰ জাকটোৱে শস্য খোৱা দৃশ্য উপভোগ কৰি যথেষ্ট আনন্দিত প্ৰকাশ কৰে অঞ্চলবাসী।

উল্লেখ্য যে, কৃষকক সকাহ দিয়াৰ লক্ষ্যৰে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই এই পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ জনোৱা মতে কৃষক তথা অঞ্চলবাসীয়ে কমেও আগন্তুক ২০ দিনলৈ বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা সাময়িকভাৱে ৰক্ষা পাব।

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চলসমূহতো বনৰীয়া হাতীৰ বাবে এইদৰে সামূহিক কৃষিকাৰ্য কৰিলে কৃষকে ধান নকটা পৰ্যন্ত হাতীৰ জাকৰ পৰা পৰিত্ৰাণৰ লগতে হাতী-মানুহৰ সংঘাতো হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি আশা প্ৰকাশ কৰিছে চলিত বছৰৰ ‘মুখ্য মন্ত্ৰী সামূহিক কৰ্ম বঁটা’ প্ৰাপক বিনোদ দুলু বৰা।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd