Vivoৰ দীপাৱলীৰ বিশেষ অ’ফাৰ; মাত্ৰ ১০১ টকা দি লাভ কৰক নতুন স্মাৰ্টফোন!
দীপাৱলী উপলক্ষে এক অবিশ্বাস্য অ’ফাৰ আগবঢ়াইছে Vivo ই। মাত্ৰ ১০১ টকা দিলেই আপুনি হাতত পাব আপোনাৰ পছন্দৰ Vivoৰ স্মাৰ্টফোনটো। সমগ্ৰ ...
দীপাৱলী উপলক্ষে এক অবিশ্বাস্য অ’ফাৰ আগবঢ়াইছে Vivo ই। মাত্ৰ ১০১ টকা দিলেই আপুনি হাতত পাব আপোনাৰ পছন্দৰ Vivoৰ স্মাৰ্টফোনটো। সমগ্ৰ ...
মিজোৰামৰ ট্ৰাক চালক আৰু মালিক সকলে ৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ প্ৰতিবাদত বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ কৰিছে। ৩০৬নং ৰাষ্ট্ৰীয় ...
শুকুৰবাৰে নিশা বৰপেটা ৰোডৰ শিমলাগুৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱৰ্দ্ধনা আৰক্ষীয়ে অভিযান চলাই চোৰাং ম’হ কঢ়িয়াই অনা এখন ট্ৰাক জব্দ ...
শুকুৰবাৰে নিশা ডিব্ৰুগড়ৰ নিজ কদমণিত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডটোত অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যুক সাৱটি লৈছে ৫জন লোকে। ...
আজিৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ তৃতীয় তথা অন্তিম টেষ্টত ভাৰতীয় দলৰ হৈ অভিষেক ...
শুকুৰবাৰে নিশা মিৰ্জাত সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত চাৰিগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ...
শ্বীনা বৰা হত্যাকাণ্ডত অভিযুক্ত হৈ বৰ্তমান কাৰাবন্দী হৈ থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে দাবী কৰিছে যে তেওঁ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন ...
জনপ্ৰিয় অভিনেতা তথা পৰিচালক যতীন বৰাৰ সদ্যমুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ৰত্নাকৰৰ একাংশ দৃশ্যাৱলী ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ঘটনা সন্দৰ্ভত শুকুৰবাৰে মহানগৰীৰ ...
হিৰো ইণ্ডিয়ান ছুপাৰ লীগত সোমবাৰে ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলেৰ অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট য়ুনাইটেডে। শুকুৰবাৰে অনুষ্ঠিত হোৱা ...
২০ অক্টোবৰত পাঁচ দিনীয়া কাৰ্যসূচীৰে জাতিঙ্গাত শুভাৰম্ভ হ'ব 'জাতিঙ্গা ফেষ্টিভেল ২০১৯’ৰ। জাতিঙ্গাত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ টপ্ ডাউন টানেলৰ তলত উত্তৰ কাছাৰ ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd