• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০ অক্টোবৰৰ পৰা ডিমা হাচাওত অনুষ্ঠিত হ’ব জাতিঙ্গা ফেষ্টিভেল

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , October 19, 2019 7:43 am

2 min read

Festival site

জাতিংগা ফেষ্টিভেলৰ বাবে সাজু প্ৰৱেশ পথ। ফটো : নৰ্থইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

২০ অক্টোবৰত পাঁচ দিনীয়া কাৰ্যসূচীৰে জাতিঙ্গাত শুভাৰম্ভ হ’ব ‘জাতিঙ্গা ফেষ্টিভেল ২০১৯’ৰ।

জাতিঙ্গাত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ টপ্ ডাউন টানেলৰ তলত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে আয়োজন কৰিছে এই ফেষ্টিভেলৰ।

পাৰ্বত্য ডিমা হাচাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই উৎসৱ ২৪ অক্টোবৰলৈ চলিব।

ইতিমধ্যে উৎসৱৰ বাবে উৎসৱস্থলী প্ৰায় সাজু হৈ উঠিছে।

প্ৰাপ্ত তথ্য অনুসৰি জাতিঙ্গা ফেষ্টিভেল উপলক্ষে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য,গীত প্ৰদৰ্শনৰ উপৰি থাকিব খাদ্য সম্ভাৰৰ বিপনী।

তদুপৰি,বলিউদৰ শিল্পীৰ উপস্থিতিত সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে ডিজে আৰু ৰক্ কনচাৰ্ট আদিও থাকিব।

উল্লেখ্য যে শৰতৰ আগমনৰ লগে লগে প্ৰকৃতি চঞ্চলা হোৱাৰ উপৰি লাহে লাহে  ৰং সলনি হ’বলৈ ধৰে। উৎসৱমুখৰ হৈ পৰে ধৰা। অনুৰূপভাবে পাহাৰীয়া ডিমা হাচাও জিলাৰ চিৰ সেউজীয়া জাতিঙ্গায়ো নতুন প্ৰাণ লাভ কৰে।

কিয়নো শৰত কালটোলৈ পৰিভ্ৰমী চৰাইবোৰে বাট চাই থাকে আৰু শৰতৰ আগমনৰ লগে লগে জাতিঙ্গাত ঢাপলি মেলে এই চৰাইবোৰে। নিশাৰ এন্ধাৰত চৰাইবোৰে পোহৰৰ ৰশ্মি দেখাৰ লগে লগে সেই দিশে গতি কৰে।

যদিও জাতিঙ্গাত চৰাইবোৰে আত্মহত্যা কৰে বুলি এটা অপ্ৰচাৰ আছে, দৰাচলতে বাস্তৱত চৰাইবোৰক হত্যা কৰাহে হয়।

অৱশ্যে কিয় বছৰৰ এটা পৃথক সময়ত জাতিঙ্গাত ভিন প্ৰজাতিৰ চৰাইৰ আগমন ঘটে এয়া এতিয়াও এক ৰহস্য। এয়া শতাব্দী প্ৰাচীন পৰম্পৰা আৰু জাতিঙ্গাৰ পক্ষী ৰহস্য চোৱাৰ কাৰনেই দেশী-বিদেশী পৰ্যটকে ভিৰ কৰে। ইতিমধ্যে হাফলং বা জাতিঙ্গাত পৰ্যটকৰ ভিৰ বৃদ্ধি পাইছে।

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd