• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচী টেষ্টত ভাৰতীয় দলত অভিষেক ছাহবাজ নাদিমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2019 10:42 am
shahbaz-nadeem

দলীয় সতীৰ্থৰ সৈতে ছাহবাজ নাদিম, উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ তৃতীয় তথা অন্তিম টেষ্টত ভাৰতীয় দলৰ হৈ অভিষেক ঘটিছে বাওঁহতীয়া স্পীনাৰ ছাহবাজ নাদিমৰ।

কান্ধৰ আঘাতত ভোগা কুলদীপ যাদৱৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে নাদিমক।

Apply Now

২০০৪ চনত ঝাৰখণ্ডৰ হৈ কেৰেলাৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষক ঘটা নাদিমে বৰ্তমানলৈ প্ৰথম শ্ৰেণীৰ খেলত ৪২৪ টা উইকেট দখল কৰিছে।

২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষৰ ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাত নাদিম সৰ্বাধিক উইকেট দখল কৰা বলাৰ আছিল।

বিগত বৰ্ষৰ ৰঞ্জী ট্ৰফীতো নাদিমে মুঠ ৩৭ টা উইকেট দখল কৰিছিল।

বাওঁহতীয়া স্পীনাৰগৰাকীয়ে ভাৰতীয় এ দলৰহৈ সদ্যসমাপ্ত ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ সময়তো ১৫ টা উইকেট দখল কৰি উল্লেখনীয় প্ৰদৰ্শন দাঙি ধৰে।

নিম্নক্ৰমত ভাল বেটিং কৰাৰ দক্ষতা থকা নাদিমে প্রথম শ্ৰেণীৰ ক্ৰিকেটত সাতটা অৰ্ধশতক আৰু এটা শতক অৰ্জন কৰিছে।

উল্লেখযোগ্য যে, প্ৰথম দুখন টেষ্টত জয়ী হৈ ভাৰতে ইতিমধ্যে তিনিখন খেলৰ টেষ্ট শৃংখলাটো দখল কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm
নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

নিশা শুই আছিল পৰিয়ালটো; হঠাৎ ফ্ৰীজত বিস্ফোৰণ ঘটিল! অগ্নিদগ্ধ হৈ মৃত্যু ৪ জনৰ

September 15, 2026 1:24 pm
১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd