Shiv Sena forms Assam state committee, requests Islam followers to stop Cow-killing

অসমত আত্মপ্ৰকাশ শিৱ সেনাৰ, ইছলাম ধৰ্মীক গো-হত্যা নকৰিবলৈ অনুৰোধ

অসমত অতি শেহতীয়াকৈ আত্মপ্ৰকাশ কৰা শিৱ সেনা দলে অসমীয়া ইছলামধৰ্মী লোকসকলক গৰু হত্যা নকৰিবলৈ শনিবাৰে অনুৰোধ জনাইছে। “যিহেতু হিন্দুসকলে গৰুক ...

Assam CM Sonowal

অসমৰ ৰাইজৰ স্বাৰ্থত সিদ্ধান্ত ল’ম: সোণোৱাল ||নুমলীগড় শোধনাগাৰ বিক্ৰী

নুমলীগড় তেল শোধনাগাৰ বিক্ৰী কৰা হ’ব বুলি চলা চৰ্চাৰ মাজতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে কৈছে যে এনে যিকোনো ...

Korean-cigarettes

গুৱাহাটী ৰে’লৱে ষ্টেইশ্যনত ২.৫ লাখ মূল্যৰ কোৰিয়ান চিগাৰেট জব্দ

গভৰ্মেণ্ট ৰে’লৱে আৰক্ষী(জি আৰ পি)য়ে শনিবাৰে গুৱাহাটী ৰে’ল ষ্টেইশ্যনত ৩৩০ পেকেট কোৰিয়ান চিগাৰেটৰ সৈতে দুজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষী সূত্ৰই ...

Sankar tea estate

অপহৰণক কেন্দ্ৰ কৰি শংকৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি; অপহৃত কৰ্মচাৰীৰ মুক্তিৰ নামত ২ কোটি টকা দাবী

তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ বাগিচাৰ পৰা অস্ত্ৰধাৰী দলে শুকুৰবাৰে অপহৰণ কৰি নিয়া কৰ্মচাৰী গৌৰাঙ্গ দেৱক উদ্ধাৰ ...

Ulfa(I) cadre apprehended in Tinsukia

তিনিচুকীয়াত জালত আলফা (স্বাঃ)ৰ ৰিতুৰাজ অসম, জব্দ এ কে ৮১ ৰাইফল

তালাপৰ শংকৰ চাহ বাগিচাৰ কৰ্মচাৰী এজনৰ শেহতীয়া “অপহৰণ”ৰ মাজতে আলফা (স্বাধীন) কেডাৰ ৰিতুৰাজ অসম ওৰফে গিৰীণ ফুকন শনিবাৰে তিনিচুকীয়াত নিৰাপত্তা ...

PAN Card

PAN কাৰ্ড হেৰাইছে? মাত্ৰ ৫০ টকাত ঘৰৰ দুৱাৰ মুখত এনেদৰে লাভ কৰক PAN কাৰ্ডৰ নতুন কপি

প্ৰয়োজনীয় পৰিচয় পত্ৰ সমূহৰ কথা আহিলে পাৰমানেণ্ট একাউণ্ট নম্বৰ চমুকৈ PAN কাৰ্ডৰ কথা প্ৰথমে মনলৈ আহে। ৱালেটত লৈ ফুৰাবলগীয়া সামগ্ৰী ...

Bangladeshi-soldiers-nabbed-in-India-750x375

সীমান্ত অতিক্ৰমি ভাৰতীয় নাগৰিকক আটক কৰিব আহি ভাৰতত আটক হ’ল তিনিগৰাকী বাংলাদেশী সেনা জোৱান

ভাৰতৰ ভূমিত প্ৰবেশ কৰি আটক হ’বলগীয়া হয় তিনিগৰাকী বাংলাদেশী সেনা আৰু দুগৰাকী নাগৰিককে ধৰি মুঠ পাঁচ গৰাকী বাংলাদেশী নাগৰিক। বৃহস্পতিবাৰে ...

12 cops escape mob attack in Assam's Hailakandi

গৰুৰ বজাৰত উন্মত্ত জনতা ভেদি উদ্ধাৰ ৪ ব্যক্তিক, হাইলাকান্দি আৰক্ষীৰ ১২জন ঘায়েল, অ’চিৰ অৱস্থা গুৰুতৰ

হাইলাকান্দি আৰক্ষীৰ এটা দলে শুকুৰবাৰে ৰাতি এখন গৰু বজাৰত উন্মত্ত দলবদ্ধ জনতাৰ আক্ৰমণ ভেদি চাৰিজন লোকৰ প্ৰাণ ৰক্ষা কৰিছে। আৰক্ষী ...

NIPKO authority

দুৰ্ঘটনাৰ পাছত উমৰাংচুস্থিত প্ৰকল্পত নীপক’ৰ কৰ্তৃপক্ষৰ পূজা অৰ্চনা; এতিয়াও সন্ধানহীন চাৰিগৰাকী কৰ্মচাৰী

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ শেহতীয়া ঘটনাকলৈ বিপাঙত পৰা নীপক’ কৰ্তৃপক্ষই শুকুৰবাৰে উমৰাংচুস্থিত বান্ধৰ ওচৰত পূজা অৰ্চনা কৰে। শুকুৰবাৰে পূজা অৰ্চনা কাৰ্য্যসূচীত ...

Page 4541 of 6668 1 4,540 4,541 4,542 6,668

Recent News