মাৰণাস্ত্ৰসহ কাজিৰঙাৰ গঁড় হত্যাত জড়িত ৩জন চোৰাংচিকাৰীক আটক
কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ এটা গঁড় হত্যা গোচৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অভিযানকাৰী দলে আজি জখলাবন্ধাৰ চিকনি বৰহোলা আৰু ...
কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ এটা গঁড় হত্যা গোচৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অভিযানকাৰী দলে আজি জখলাবন্ধাৰ চিকনি বৰহোলা আৰু ...
কলিয়াবৰৰ বৰালিগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজনী মানসিক বিকাৰগ্ৰস্ত মহিলা। ঘটনাৰ বিৱৰণি মতে আজি ...
নুমলীগড়ৰ দৈগ্ৰোঙত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত আজি প্ৰাণ হেৰুৱাই প্ৰাগ নিউজৰ স্থানীয় সংবাদ দাতা অমূল্য দত্তই। ঘটনাৰ বিৱৰণী ...
বোকাখাত আৰক্ষীয়ে আজি বোকাখাত মহকুমা আৰু বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বোকাখাতৰ বিভিন্ন স্থানত অভিযান চলাই ড্ৰাগছ সেৱন কৰা আৰু ...
কোকৰাঝাৰ জিলাৰ কচুগাঁৱত আজি আৰক্ষী আৰু সেনা বাহিনীয়ে এক যুটীয়া অভিযান চলাই অস্ত্ৰসহ এজন দুৰ্ধৰ্ষ এন ডি এফ বি (স)ৰ ...
কাৰ্বি আংলঙৰ দকমকাত এক ভয়ংকৰ অনাহুত পৰিস্থিতিত প্ৰাণ হেৰুওৱা গুৱাহাটীৰ দুই যুৱক অভিজিত নাথ আৰু নীলোৎপল দাসৰ শোকসন্তপ্ত পৰিয়ালে তিথি ...
ৰাজ্যত দেশৰ নাগৰিকক বিদেশী সজাই কৰা হাৰাশাস্তিৰ আন এটা ঘটনা পোহৰলৈ আহিছে। মহম্মদ সোণাউল্লাহ নামৰ এজন লোকক বিদেশী ন্যায়াধীকৰণে বিদেশী ...
কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব অসমৰ জাগীৰোড আৰু পাঁচগ্ৰামৰ কাগজ কল। যিহেতু আজি এই সন্দৰ্ভত এন চি এল এ টি (National ...
গুৱাহাটীৰ জু-ৰোডত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যত আৰক্ষী বাহিনীয়ে আলফা (স্বা)ৰ গতিবিধিক লৈ চোকা দৃষ্টি ৰাখি অহাৰ সময়তে আজি ...
গুৱাহটী মহানগৰীৰ আঠগাঁৱত আজি দিন দুপৰতে সংঘটিত হয় এটা ডকাইতিৰ ঘটনা। বাইকত উঠি অহা ডকাইতৰ দলটোৱে বশিষ্ঠ পাঠক নামৰ লোকজনৰ ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd