কাইলৈ গুৱাহাটীত ‘ছ’নি টিভি’ৰ ৰিয়েলিটি শ্ব’ৰ অডিশ্যন : উপস্থিত থাকিব হিমেশ ৰেশমিয়া, আলকা য়াগনিক আৰু জাভেদ আলী
ছ'নি টেলিভিছনৰ নতুন ৰিয়েলিটি শ্ব’ ‘‘ছুপাৰষ্টাৰ চিংগাৰ- চিংগিঙ কা কল’’ ৰ অডিশ্যনৰ বাবে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব ভাৰতৰ জনপ্ৰিয় কন্ঠশিল্পী ...