• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংকট : ম্যানমাৰ এৰি অসমত প্ৰৱেশ কৰিবলৈ সাজু ২৮ জন এনডিএফবি(স) সদস্য!

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 25, 2019 12:08 pm
4-2-750x375

এভানজেল নাৰ্জাৰী ওৰফে এ ই এছেৰাই দেওবাৰে তেওঁৰ সুৰক্ষা গাৰ্ডৰ সৈতে আত্মসমৰ্পন কৰে। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে ম্যানমাৰ সেনাই চলোৱা ব্যাপক অভিযানত উত্তৰ-পূবৰ উগ্ৰপন্থী গোটৰ বহুকেইটা শিৱিৰ ধ্বংস কৰাৰ লগতে সামৰিক বাহিনীয়ে কব্জা কৰে।

ইয়াৰ ফলস্বৰূপে উত্তৰ-পূবৰ বিদ্ৰোহীৰ ওপৰত সৃষ্টি হোৱা গভীৰ চাপৰ বাবে বি চাওৰাইগৌৰাৰ নেতৃত্বত থকা আলোচনা বিৰোধী এনডিএফবি (স)ৰ প্ৰায় ২৮ জন দুৰ্ধৰ্ষ সদস্যই অসমত প্ৰৱেশৰ কৰাৰ বাবে ম্যানমাৰ ত্যাগ কৰা বুলি এক সূত্ৰই জানিবলৈ দিছে।

Apply Now

সূত্ৰসমূহে জানিবলৈ দিয়া মতে ত্ৰিপুৰা আৰু মণিপুৰৰ বিদ্ৰোহী গোটৰ উপৰি এনএছচিএন (কে), আলফা(স্বা:), এনডিএফবি(স), কেএলঅ’ৰ দৰে বিদ্ৰোহী সংগঠনৰ বহ শিৱিৰ ম্যানমাৰ সেনাই ধ্বংস কৰিছিল।

সূত্ৰসমূহে লগতে দাবী কৰে যে সেনাই তেওঁলোকৰ জিম্মাত থকা এক বৃহৎ পৰিমানৰ অস্ত্ৰ শস্ত্ৰও জব্দ কৰিছিল।

প্ৰায় ১৮ৰ পৰা ২২জন উত্তৰ-পূবৰ বিদ্ৰোহী সদস্য ম্যানমাৰ সুৰক্ষা বাহিনীয়ে হত্যা কৰাৰ লগতে এনএছচিএন (কে), আলফা(স্বা:), এনডিএফবি(স) আৰু আন বিদ্ৰোহী গোটৰ বহু বিদ্ৰোহী ম্যানমাৰ সেনাৰ হাতত বন্দী হোৱা বুলিও সূত্ৰসমূহে দাবী কৰে।

ম্যানমাৰৰ ভূমিৰ পৰা পলাই অহা ওদালগুৰি জিলাৰ স্বোৰাঙজুলি মাজবাটৰ কাপুৰপুৰা গাঁৱৰ এজন বাসিন্দা আৰু এনডিএফবি(স)ৰ বৈদেশিক সচিব এভানজেল নাৰ্জাৰী ওৰফে এন ই এছেৰাই দেওবাৰে তেওঁৰ সুৰক্ষা গাৰ্ডজনৰ সৈতে সুৰক্ষা বাহিনীৰ সন্মুখত আত্মসমৰ্পন কৰে।

ৰাজনৈতিক বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা চাৰ্টিফাইড ইণ্ডাষ্ট্ৰিয়েল একাউন্টেন্টছ (চিআইএ) এন ই এছেৰা এনডিএফবি(স)ত যোগদান কৰাৰ পূৰ্বে ওদালগুৰিৰ ডায়েমণ্ড ইংলিছ মিডিয়াম স্কুলৰ প্ৰাক্তন অধ্যক্ষ আছিল। তেওঁ ৩০১৩ চনৰ ৬ ছেপ্টেম্বৰত এনডিএফবি(স)ত যোগদান কৰিছিল আৰু ম্যানমাৰত প্ৰশিক্ষণ লৈছিল।

আনহাতে, ২০১৪-২০১৫ত তেওঁক সংগঠনটোৰ প্ৰচাৰ সচিব নিযুক্ত কৰা হয় আৰু পাছত ২০১৫ৰ ১৫ এপ্ৰিলত বৈদেশিক সচিবৰ দায়িত্ব অৰ্পণ কৰা হয়।

এছেৰা লগতে য়ুনাইটেড নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অৱ ৱেষ্টাৰ্ণ ছাউথ ইষ্ট এছিয়া (য়ুএনএলএফডব্লিউ)ৰ খচৰা কমিটিৰ এগৰাকী সদস্য আছিল।

সূত্ৰসমূহে কয় যে তেওঁ ভাৰত-ম্যানমাৰ সীমান্তৰ মন জিলাৰ ৩৫নং আছাম ৰাইফলছৰ সন্মুখত আত্মসমৰ্পন কৰিছিল।

জানিব পৰা মতে, আত্মসমৰ্পনৰ সময়ত তেওঁ গুলীৰে সৈতে এটা এ কে ৪৭ ৰাইফল জমা দিয়ে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd