sikkim-progressive-alliance-1-750x375

ৰাষ্ট্ৰীয় শক্তিক পৰাস্ত কৰিবলৈ ছিকিমত একত্ৰিত চাৰি আঞ্চলিক শক্তি

আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বাবে হাত মিলালে ছিকিমৰ চাৰিটা আঞ্চলিক ৰাজনৈতিক দলে। আসন্ন নিৰ্বাচনত ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি সমূহক প্ৰত্যাহ্বান ...

swati bidhan baruah assam

ৰাজ্যৰ ২০ হাজাৰতকৈ অধিক তৃতীয় লিংগৰ ব্যক্তিৰ লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ

'অসম তৃতীয় লিংগ আঁচনি'খন কাৰ্যকৰী কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পিছতো কাৰ্যকৰী নকৰাত ক্ষুভিত হৈ পৰিছে ...

ram-madahv-tripura-meeting-750x375

উত্তৰ-পূবৰ ২৫খন আসনৰ ২০খন দখল কৰিব বুলি বিশ্বাসী বিজেপি : ৰাম মাধৱ

আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ-পূবৰ ২৫খন আসনৰ ২০ খনেই ভাৰতীয় জনতা পাৰ্টী তথা নেডাৰ সহযোগী দলসমূহে দখল কৰিব বুলি বুধবাৰে সংবাদ ...

ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত বেলশৰত ৰাষ্ট্ৰীয় পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতা

ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত বেলশৰত ৰাষ্ট্ৰীয় পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতা

ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ সহযোগত আৰু বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ আমন্ত্ৰণত কাইলৈৰ পৰা অৰ্থাৎ ১৫, ১৬, ১৭ ...

Boxing

৪টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে সৰ্বভাৰতীয় প্ৰতিযোগিতাত জিলিকিল অসমৰ মহিলা বক্সিং দল

সৰ্বভাৰতীয় অ'পেন বক্সিং চেম্পিয়নশ্বিপত ৪টা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ ...

asom sahitya sabha

গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা প্ৰচাৰবিমুখ গ্ৰন্থ-ক্ষুদ্ৰ আলোচনী-পৰিপূৰিকা সংৰক্ষণৰ পদক্ষেপ

অসমৰ বিভিন্ন প্ৰান্তত প্ৰকাশ হোৱাৰ পাছত প্ৰচাৰবিমুখভাৱে সিঁচৰতি হৈ থকা গ্ৰন্থ, ক্ষুদ্ৰ আলোচনী আৰু পৰিপূৰিকাসমূহ শৃংখলিতভাৱে নথিভুক্ত কৰি উপযুক্তভাৱে সংৰক্ষণ ...

braun sugar

নগাঁৱত দিল্লী আৰক্ষীৰ অভিযান : ২৩.৫ কিলোগ্ৰাম হিৰোইন সহ গ্ৰেপ্তাৰ মহিলা

নগাঁও জিলাত উপস্থিত হৈ দিল্লী আৰক্ষীয়ে মঙলবাৰে নিশা নগাঁও চহৰৰ নিকটৱৰ্তী বেঙেনআটিত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধেঅভিযান চলায়। নগাঁও আৰক্ষীৰ সহযোগত চলোৱা ...

Page 5083 of 6663 1 5,082 5,083 5,084 6,663

Recent News