• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা প্ৰচাৰবিমুখ গ্ৰন্থ-ক্ষুদ্ৰ আলোচনী-পৰিপূৰিকা সংৰক্ষণৰ পদক্ষেপ

অসম সাহিত্য সভাৰ সৈতে ঐক্যৱদ্ধ হ'ল ৰাজ্যিক সংগ্ৰহালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2019 7:09 am
asom sahitya sabha

সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিভিন্ন প্ৰান্তত প্ৰকাশ হোৱাৰ পাছত প্ৰচাৰবিমুখভাৱে সিঁচৰতি হৈ থকা গ্ৰন্থ, ক্ষুদ্ৰ আলোচনী আৰু পৰিপূৰিকাসমূহ শৃংখলিতভাৱে নথিভুক্ত কৰি উপযুক্তভাৱে সংৰক্ষণ কৰাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰকল্প গ্ৰহণ কৰিছে অসম সাহিত্য সভাই। সাহিত্য সভাৰ ক্ষুদ্ৰ আলোচনী, শিক্ষানুষ্ঠান আৰু মুখপত্ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা উপ-সমিতিৰ উদ্যোগত অসম ৰাজ্যিক সংগ্ৰহালয় সঞ্চালকালয়ৰ সহযোগত ৰূপায়িত হ’ব লগা এই গুৰুত্বপূৰ্ণ প্ৰকল্প প্ৰসংগত বিস্তৃতভাৱে আলোচনা কৰাৰ উদ্দেশ্যে ১৩ মাৰ্চত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত এখন সভা মহেন্দ্ৰ বৰা সোঁৱৰণি সভাকক্ষত অনুষ্ঠিত হয়।

সভাত আগন্তুক ২০২০ চনৰ জানুৱাৰী মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই গোটেই প্ৰকল্পৰ কাম পৰ্যেবক্ষণৰ বাবে সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱা, ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক ৱাই এছ উলুংলিংটন, অনিল কাকতি, অবণ্টিকা পৰাশৰ (প্ৰকল্প বিষয়া), দেৱজিৎ বৰা (আহ্বায়ক) হিচােপ মনোনীত কৰে।

Apply Now

আলোচনা অনুসৰি সাহিত্য সভাৰ বিভিন্ন জিলা সভা তথা শাখা সভাৰ দ্বাৰা সংগৃহীত এই দুষ্প্ৰাপ্য-দুৰ্লভ গ্ৰন্থ, ক্ষুদ্ৰ আলোচনী,পৰিপূৰিকােবাৰ পৰ্যায়ক্ৰমে পৃথকে পৃথকে ভৱিষ্যত প্ৰজন্ম তথা গৱেষকসকলৰ বৃহত্তৰ স্বাৰ্থৰ খাটিৰত ডিজিটেল পদ্ধতিৰে তথ্যভুক্ত কৰি সংৰক্ষণৰ কৰাৰ লগতে এই তথ্যসমূহ সহজতে পাব পৰাকৈ ৱেবচাইট তথা বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি মুকলি কৰা হ’ব।

ইয়াৰ উপৰি উদ্যোক্তাসকলে গ্ৰন্থাৰ মূল কপিসমূহ অসম সাহিত্য সভা আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ত পৰিকল্পিতভাৱে সংৰক্ষণৰ কৰি ৰাখিব পৰাকৈ ব্যৱস্থা কৰিব। এই সন্দৰ্ভত আজিৰ আলোচনাত অহা এপ্ৰিল মাহৰ এক তাৰিখৰ পৰা পাঁচমাহৰ ভিতৰত শেহতীয়া ২০ বছৰৰ অসমীয়া তথা খিলঞ্জীয়া ভাষাসমূহত প্ৰকাশিত গ্ৰন্থসমূহ সংগ্ৰহ কৰা হ’ব। প্ৰথমাৱস্থাত সাহিত্য সভাই এই গ্ৰন্থসমূহ সংগ্ৰহ কৰি তাৰ পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে ডিজিটেল পদ্ধতিৰে তথ্যভুক্ত কৰা হ’ব।

আনহাতে আজিৰ সভাতে সাহিত্য সভাৰ তৰফৰ পৰা অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কাম-কাজত ভাষা আইন অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে অনা-অসমীয়া বিষয়াসকলক অসমীয়া ভাষা শিক্ষণৰ বাবে সভাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd