Tipraland

পৃথক তিপৰালেণ্ডৰ বিষয়টোত মডুলেইশ্যন কমিটি গঠনৰ ইংগিত দিছে প্ৰধান মন্ত্ৰীয়ে

পৃথক তিপৰালেণ্ড বিষয়টো পৰ্য্যালোচনাৰ বাবে মডুলেইশ্যন কমিটি গঠনৰ ইংগিত দিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই গুৰুত্বপূৰ্ণ দাবী কৰিছে Indigenous Peoples ...

wushu-678x381

অহা ৮ জানুৱাৰিৰ পৰা সপ্তম বড়োলেণ্ড উশ্বু প্ৰতিযোগিতা

বিগত বছৰবোৰৰ দৰে এইবাৰে অহা ৮ জানুৱাৰিৰ পৰা কোকৰাঝাৰৰ গোসাঁইগাওঁ নেহৰু ষ্টেডিয়ামত তিনি দিনীয়া কাৰ্য্যসূচীৰে সপ্তম বড়োলেণ্ড উশ্বু প্ৰতিযোগিতা অনুষ্ঠিত ...

চিকিৎসকৰ চাকৰিৰ নিযুক্তিত বয়সৰ সীমা দহ বছৰলৈ বৃদ্ধি কৰিলে মেঘালয় চৰকাৰে

এফালে বিদেশীক চিনাক্তকৰণ কৰিব খোজা হৈছে আনফালে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশীক বৈধতা দিব খুজিছে : মুকুল চাংমা

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাজ্যকেইখনেও সীমান্তৰ সতৰ্কতা বৃদ্ধি কৰিছে। ইতিপূৰ্বে ...

লাল চৰকাৰ চলচ্চিত্ৰ

ৰাজনৈতিক চলচ্চিত্ৰৰ জৰিয়তে মানিক সৰকাৰক পৰাজিত কৰাৰ পৰিকল্পনা বিজেপিৰ

অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত শাসনাধীষ্ঠ বাওমৰ্চা চৰকাৰক পৰাজিত কৰিবলৈ ভাৰতীয় জনতা দলে ‘লাল চৰকাৰ’ নামৰ এখন হিন্দী ...

Child_Swapping

দোদুল্যমান পৰিস্থিতিত জাতি-ধৰ্মৰ পৰিচয়, তেজৰ সম্পৰ্কৰ ঊৰ্ধ্বত উঠিল হৃদয়ৰ টান

অলপতে পোহৰলৈ অহা অসমৰ এটা ভিতৰুৱা অঞ্চলত ঘটা এটা অতি বিৰল ঘটনাই ৰাজ্যখনৰ সীমা পাৰ হৈ সমগ্ৰ দেশবাসীৰে দৃষ্টি কাঢ়িবলৈ ...

অৰুণাচলত চীনা সৈন্যৰ অনুপ্ৰৱেশৰ স্থান

বাৰম্বাৰ চীনৰ অনুপ্ৰৱেশ সম্পৰ্কত দৃঢ় আৰু কাৰ্যকৰী প্ৰত্যুত্তৰৰ দাবী অৰুণাচলৰ ছাত্ৰ সংগঠনৰ

অৰুণাচলৰ উজনি ছিয়াং জিলাৰ টুটিং খণ্ডত অলপতে চীনা সৈন্যৰ অনুপ্ৰৱেশ সম্পৰ্কত কেন্দ্ৰই অস্বীকাৰ কৰা প্ৰসংগত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অৰুণাচল ...

পৌমাই উৎসৱত মুখ্যমন্ত্ৰী বীৰেন সিং

মণিপুৰত পৌমাই থাউনি উৎসৱ উদযাপন

পৌমাই সম্প্ৰদায়ৰ আটাইতকৈ ডাঙৰ পৰম্পৰাগত উৎসৱ পৌমাই থাউনি শুকুৰবাৰে মণিপুৰৰ সেনাপতি জিলাৰ থিংবা খুনউ গাঁৱত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ আয়োজন ...

ডিব্ৰুগড়ত আন্ত:ৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য প্ৰদৰ্শনী উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

ডিব্ৰুগড়ত আন্ত:ৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য প্ৰদৰ্শনী উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত ৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা পঞ্চম অসম আন্ত:ৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য প্ৰদৰ্শনীখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কৃষক ৰাইজক ...

বজ্ৰং দল

মধ্যপ্ৰদেশত খ্ৰীষ্টানসকলৰ ওপৰত বজ্ৰং কৰ্মীৰ আক্ৰমণৰ প্ৰতিবাদত ৭ জানুৱাৰিত গাৰোপাহাৰৰ গীৰ্জাসমূহৰ প্ৰতিবাদমূলক বিশেষ প্ৰাৰ্থনা

গাৰোপাহাৰৰ গীৰ্জা সমূহে অহা ৭ জানুৱাৰিত প্ৰতিবাদ সাব্যস্ত কৰিব। মধ্যপ্ৰদেশৰ ৱিডিচাৰ চেইণ্ট মেৰিজ পি জি কলেজৰ এ বি ভি পিয়ে ...

Page 6446 of 6560 1 6,445 6,446 6,447 6,560

Recent News