• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্তি থকাৰ যুঁজ! মেক্সিকোৰ বিৰুদ্ধে ২-০ গ’লত জয় আৰ্জেণ্টিনাৰ; ছন্দলৈ উভতিল মেছি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2022 7:14 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্জেণ্টিনাৰ বাবে আছিল এইখন চলিত বিশ্বকাপত বৰ্তি থকাৰ যুঁজ। লিঅ’নেল মেছি-আনহেল দি-মাৰিয়াৰ দলটোৱে মেচখনত পৰাজিত হ’লেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব লাগিলেহেঁতেন। কিন্তু এনে ‘ডু অ’ৰ ডাই’ মেচত আৰ্জেণ্টিনাই সুন্দৰ জয়েৰে প্ৰত্যাৱৰ্তন কৰে।

খেলৰ আৰম্ভণিতে আৰ্জেণ্টিনাই নিজৰ হাতলৈ নিয়ন্ত্ৰণ আনিছিল। কিন্তু মেক্সিকোৱেও খেলখনত দমন বজাই ৰাখিছিল। খেলৰ ২৫ মিনিটলৈ ৬৭ শতাংশ বল আৰ্জেণ্টিনাৰ দখলত আছিল। এই সময়ত দুয়োটা দলৰ কোনো দলে লক্ষ্যলৈ ভাল শ্বট ল’ব পৰা নাছিল।

Apply Now

আৰ্জেণ্টিনাই আক্ৰমণৰ পিছত আক্ৰমণ কৰিছিল যদিও মেক্সিকানসকলে আক্ৰমণ প্ৰতিৰোধ কৰিছিল। খেলৰ নিৰ্ধাৰিত ৪৫ মিনিটৰ শেষত ৫ মিনিটৰ ষ্টপেজ টাইম নিৰ্ধাৰণ কৰা হয়। কিন্তু এই সময়তো দুয়োটা দলৰ কোনো দলেই কোনো গ’ল কৰিব নোৱাৰিলে।

দুয়োটা দলে এটাকৈ ফ্ৰী কিক পাইছিল। মেক্সিকোৰ বক্সৰ সোঁফালে পোৱা ফ্ৰী কিকৰ মেছিৰ শ্বটটো গ’লৰক্ষক ওচোৱাই সহজে ৰখাইছিল। আনহাতে, আৰ্জেণ্টিনাৰ বক্সৰ সন্মুখত পোৱা ফ্ৰী কিকটো অলপ ইফাল-সিফাল হ’লেই এটা গ’লত পৰিণত হ’লহেঁতেন। মাৰ্টিনেজে বলটো আয়ত্ব কৰি লৈছিল। তেওঁ সোঁফালে জঁপিয়াই বলটো ধৰিব লগা হয়।  প্ৰথমাৰ্ধত আৰ্জেণ্টিনাই গ’লটো হজম কৰাৰ পৰা কোনোমতে ৰক্ষা পৰে।

অৱশেষত খেলখনৰ ৬৪ মিনিটত ডি-মাৰিয়াই মেছিক সোঁফালৰ পৰা পাছ কৰে। মেছিৰ বাওঁ ভৰিৰ শ্বটটোৱে গ’লৰক্ষক ওচোৱাক পৰাস্ত কৰে আৰু নেটত ধৰা আশ্ৰয় লয়।

আৰ্জেণ্টিনাই গ’লটো পোৱাৰ লগে লগে অধিক আক্ৰমণাত্মক হৈ খেলে। মেছিয়ে জয় নিশ্চিত কৰিবলৈ আন এটা গ’ল কৰাৰ লক্ষ্যত আগবাঢ়ে । ইয়াৰ প্ৰত্যুত্তৰত মেক্সিকোৱেও সমতাৰ বাবে তীব্ৰ চাপ দিয়ে।

৮৭ মিনিটত যুৱ খেলুৱৈ এঞ্জেল ফাৰ্ণাণ্ডেজে বক্সৰ সোঁফালৰ পৰা দুজন ডিফেণ্ডাৰক পাছ কৰি গ’লৰ কোণেৰে বলটো নেটলৈ মাৰি পঠিয়ায়। খেলখন প্ৰকৃততেই মেছিৰ পকেটলৈ আহে। প্ৰথমখন মেচ চৌদি আৰৱৰ হাতত পৰাজিত হোৱাৰ পিছত আৰ্জেণ্টিনাই সুন্দৰভাৱে প্ৰত্যাৱৰ্তন কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd