• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

গলৱান উপত্যকাত বীৰৰ দৰে যুদ্ধ কৰা ভাৰতীয় সেনা বাহিনীৰ জোৱানক সাক্ষাৎ স্থল সেনা প্ৰধানৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 24, 2020 6:43 am

1 min read

গলৱান উপত্যকাত বীৰৰ দৰে যুদ্ধ কৰা ভাৰতীয় সেনা বাহিনীৰ জোৱানক সাক্ষাৎ স্থল সেনা প্ৰধানৰ

উৎস-ইণ্টাৰনেট

887
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ গলৱান উপত্যকাত চীনা সেনাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত সাহসেৰে যুদ্ধ কৰা ভাৰতীয় সেনাবাহিনীৰ জোৱানৰ আলোকচ্চিত্ৰ মঙলবাৰে প্ৰথমবাৰৰ বাবে মুকলি কৰে ভাৰতীয় সেনাবাহিনীয়ে।

লেহত থকা সেনাবাহিনীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বীৰ জোৱান সকলক মঙলবাৰে স্থল সেনা বাহিনীৰ প্ৰধান এম এম নাৰাভাৱে সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

স্থল সেনা প্ৰধান এম এম নাৰাভানে মঙলবাৰে দুদিনীয়া ভ্ৰমণসূচী লৈ পূৱ লাডাখত উপস্থিত হৈছে।

এই দুদিনীয়া ভ্ৰমণ সূচীত স্থল সেনা প্ৰধান গৰাকীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ভাৰতীয় সেনা বাহিনীৰ বিভিন্ন দিশ নিৰীক্ষণ কৰিব।

লাডাখত শেহতীয়াভাৱে ১৫ জুনত চীনা সেনাৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা বাহিনীৰ জোৱান শ্বহীদ হৈছিল।

উক্ত সংঘৰ্ষত চীনৰো বহু সেনাজোৱানে প্ৰাণ হেৰুৱাইছিল যদিও পিপলছ লিবাৰেশ্যন আৰ্মিয়ে মুকলিকৈ সেই কথা প্ৰকাশ কৰাৰ পৰা বিৰত আছিল কিন্তু ভাৰতীয় সেনা বাহিনীৰ সৈতে হোৱা শেহতীয়া বৈঠকত চীনে নিজৰ সেনা বাহিনীৰ জোৱানৰ মৃত্যুৰ কথা স্বীকাৰ কৰে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd