• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ পৰা পদত্যাগ অৰ্ণৱ গোস্বামীৰ; সম্পাদকীয় নীতি আপোচ কৰাৰ অভিযোগ গোস্বামীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2020 4:49 pm
arnab-goswami
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিপাব্লিক টিভিৰ সম্পাদক তথা এংকৰ অৰ্ণৱ গোস্বামীয়ে এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ সদস্য পদ ত্যাগ কৰিছে।

ৰিবাব্লিক টিভিৰ নিজৰ লাইভ অনুষ্ঠানত সোমবাৰে নিশা এই কথা ঘোষণা কৰে সাংবাদিকগৰাকীয়ে।

Apply Now

মহাৰাষ্ট্ৰ পালঘৰ গণপ্ৰহাৰত দুই সাধু মৃত্যু হোৱাৰ ঘটনাটোৰ সন্দৰ্ভত এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াই নিশ্চূপ হৈ ৰোৱা বুলি অভিযোগ উত্থাপন কৰে অৰ্ণৱ গোস্বামীয়ে।

এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ সম্পাদক শেখৰ গুপ্তাৰ বিৰু্দ্ধে গুৰুতৰ অভিযোগ তুলি তেওঁ গীল্ডৰ সদস্যপদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে।

তেওঁ অভিযোগ কৰে যে গীল্ডৰ অধ্যক্ষ শেখৰ গুপ্তাই সম্পাদকীয় নীতিৰ সৈতে আপোচ কৰিছে।

গোস্বামীৰ নিজৰ লাইভ অনুষ্ঠানটোত গীল্ডৰ অধ্যক্ষ শেখৰ গুপ্তাও অংশগ্ৰহণ কৰিছিল।

‘এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়া হৈছে স্বয়ং-সেৱা সংস্থা। ময়ো দীৰ্ঘদিন ধৰি এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছো। লাইভ অনুষ্ঠানতে এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াই সম্পাদকীয় নীতিত আপোচ কৰাৰ বাবে মই ইয়াৰ সদস্যৰ পদৰ পদত্যাগ কৰিছো।’ এইদৰে কয় সংবাদিক অৰ্ণৱ গোস্বামীয়ে।

ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই সোমবাৰে কয় যে ইতিমধ্যে পালঘৰ গণ প্ৰহাৰৰ ঘটনাটোৰ তদন্তৰ ভাৰ চি আই ডিক অপৰ্ণ কৰিছে।

‘আমি দুজন আৰক্ষীক নিলম্বন কৰিছো আৰু চি আই ডিৰ ক্ৰাইমৰ এ ডি জি অতুলচন্দ্ৰ কুলকাৰ্ণীক গোটেই ঘটনাটো তদন্তৰ বাবে নিযুক্ত কৰিছো।’ সোমবাৰে এক ফেইচবুক লাইভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ই সাম্প্ৰদায়িক গণপ্ৰহাৰৰ ঘটনা নহয়। ইয়াক সাম্প্ৰদায়িক ৰং দিয়া উচিত নহয়।

এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো তেওঁ অৱগত কৰা বুলি জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd