• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনলাইন ক্লাছ! প্ৰায় ৩কোটি শিক্ষাৰ্থীৰ পৰিয়ালত নাই স্মাৰ্টফোন; জনালে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2021 3:35 pm
Students without smartphone

প্রতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বহু পৰিয়ালৰ পাঁচ-ছয় হাজাৰ টকাৰে এটা স্মাৰ্টফোন কিনাৰ সম্বল নাই। তদুপৰি, ৩০০-৪০০টকা খৰচ কৰি ইন্টাৰনেট সংযোগৰ কথাও আছে।

বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ প্ৰায় ২কোটি ৯০ লাখ স্কুলীয়া শিক্ষাৰ্থীৰ নিজৰ বা পৰিয়ালত স্মাৰ্টফোন কিম্বা কম্পিউটাৰ নাই।

Apply Now

যোৱা জুন মাহলৈকে দেশৰ ১৯খন ৰাজ্য আৰু ৫খন কেন্দ্ৰীয় শাসিত অঞ্চলক ধৰি পোৱা গৈছে এই পৰিসংখ্যা। এতিয়ালৈকে মুঠ ৭খন কেন্দ্ৰীয় শাসিত অঞ্চল তথা ৰাজ্যই তেওঁলোকৰ এই তথ্য দাখিল কৰা নাই।

তথ্য দাখিল নকৰা ৰাজ্যৰ ভিতৰত আছে জনবহুল ৰাজ্য উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰও। ইয়াৰ তথ্য পালে এই পৰিসংখ্যা আৰু বহুখিনি বৃদ্ধি পোৱাটো নিশ্চিত।

কৰ’না পৰিস্থিতিত বিগত প্ৰায় ডেৰ বছৰ ধৰি বিদ্যালয়সমূহ বন্ধ থাকে। তাৰ বাবে আৰম্ভ কৰা হয় অনলাইন ক্লাছ। কিন্তু বৃহৎ সংখ্যক শিক্ষাৰ্থীৰ হাতত নাই স্মাৰ্টফোন তথা ইন্টাৰনেটৰ সুবিধা।

এইক্ষেত্ৰত বিহাৰৰ পৰিস্থিতি আটাইতকৈ শোচনীয়। ৰাজ্যখনৰ ১.৪কোটি শিক্ষাৰ্থীয়ে তেওঁলোকৰ স্মাৰ্টপোন নথকাৰ জানিবৈ দিছে। বিহাৰৰ ৫৮শতাংশ শিক্ষাৰ্থীৰ হাততে নাই স্মাৰ্টফোন।

বিহাৰৰ পাছতে ঝাৰখণ্ডত ৩২লাখ শিক্ষাৰ্থীয়ে স্মাৰ্টপোন নোহোৱাৰ সমস্যাৰ কথা জানিবলৈ দিয়ে। তাৰপাছতে কৰ্ণাটকৰ ৩১লাখ শিক্ষাৰ্থীৰ স্মাৰ্টফোন নথকাৰ কথা জানিব পৰা গৈছে।

উল্লেখ্য যে কৰ’নাৰ সংক্ৰমণৰ আশংকাৰ বাবেই অফলাইন ক্লাছ বন্ধ ৰাখি অনলাইন ক্লাছ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

August 4, 2026 9:15 am
মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

August 4, 2026 8:29 am
ভাৰতকে ধৰি ৬০খন দেশৰ ওপৰত নতুন শুল্ক-‘অবৈধ পদক্ষেপ’; ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ ২৫খন প্ৰদেশৰ গৱৰ্ণৰৰ

ভাৰতকে ধৰি ৬০খন দেশৰ ওপৰত নতুন শুল্ক-‘অবৈধ পদক্ষেপ’; ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ ২৫খন প্ৰদেশৰ গৱৰ্ণৰৰ

August 4, 2026 7:34 am
গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

August 4, 2026 9:15 am
মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

August 4, 2026 8:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd