• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অধিনায়ক সূৰ্যৰ কি মন্ত্ৰণাই শেষৰ অভাৰত দিছিল মানসিক শক্তি! ক’লে অৰ্শ্বদীপ সিঙে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2023 7:48 pm
India vs Australia
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি সমাপ্ত হ’ল ভাৰত বনাম অষ্ট্ৰেলিয়াৰ দ্বিপাক্ষিক টি-২০ শৃংখলা। পাঁচখনীয়া মেচৰ শৃংখলাটোত ভ্ৰমণকাৰী অষ্ট্ৰেলিয়াক ৪-১ ব্যৱধানত বিজয়ৰ হাঁহি মাৰে ভাৰতীয় দলে আৰু এইদৰে অধিনায়ক হিচাপে প্ৰথমটো শৃংখলাতে সাফল্য লাভ কৰে সূৰ্যকুমাৰ যাদৱে।

শৃংখলাটোৰ আটাইকেইখন মেচতে অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱৰ পাৰদৰ্শিতাই ক্ৰিকেট বিশেষজ্ঞসকলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণেৰে সূৰ্যকুমাৰে খেলপথাৰত বিপক্ষক বান্ধি ৰখাৰ কৌশলে সকলোকে আকৰ্ষিত কৰিছে।

Apply Now

ইয়াৰ লগতে প্ৰয়োজনীয় সময়ত সূৰ্যই দলৰ খেলুৱৈসকলক কিদৰে মানসিক সমৰ্থন আগবঢ়াইছিল, তাৰো উদাহৰণ সমুখলৈ আহিছে। কালি চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অন্তিম মেচত ভাৰতে ৬ ৰাণত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে।

অষ্ট্ৰেলিয়াক মেচখনত জয়ৰ বাবে অন্তিম অভাৰত ১০ ৰাণৰ প্ৰয়োজন হৈছিল যদিও ভাৰতৰ পেচাৰ অৰ্শ্বদীপ সিঙে দৰ্শনীয় বলিঙেৰে অভাৰটোত মাত্ৰ ৩ ৰাণহে খৰচ কৰে আৰু ভাৰতক দিয়ে ৬ ৰাণৰ আকাংক্ষিত বিজয়।

এফালে চিন্নাস্বামীৰ সৰু বাউণ্ডেৰীত সৰু স্ক’ৰৰ লক্ষ্য আৰু অষ্ট্ৰেলিয়াৰ মজবুত স্থিতিত থকাৰ সময়ত সৃষ্টি হোৱা চাপৰ মাজতো অৰ্শ্বদীপ সিঙে এক দৰ্শনীয় অভাৰেৰে অষ্ট্ৰেলিয়ান বেটাৰক পৰাভূত কৰে। এই সাফল্যৰ আঁৰত অধিনায়ক যাদৱৰ সমৰ্থনৰ কথা ব্যক্ত কৰে অৰ্শ্বদীপে।

অৰ্শ্বদীৰ মতে, ঐশ্বৰিক সহায়ৰ লগতে অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ পৰা লাভ কৰা বিশ্বাসেই তেওঁক ৰোমাঞ্চকৰ অন্তিম অভাৰত ১০ ৰাণ ৰক্ষা কৰিবলৈ সক্ষম কৰি তুলিছিল। মেচৰ অন্তত অৰ্শ্বদীপে প্ৰকাশ কৰে এই কথা।

টি-২০ত মৃত্যুৰ সময়ত বাওঁহাতৰ ছিমাৰগৰাকীয়ে এবছৰতকৈ অধিক সময় ধৰি অপচয় কৰি আহিছে আৰু দেওবাৰে প্ৰথম তিনিটা অভাৰত ৩৭ ৰান দিয়াৰ পিছত বিপজ্জনক মেথিউৰ সৈতে মাত্ৰ ১০ ৰান ৰক্ষা কৰিব পাৰিব বুলি কোনেও ভবা নাছিল ৱেড অন ষ্ট্ৰাইক।

তেওঁ কয় যে মেচখনত প্ৰথম তিনিটা অভাৰত যথেষ্ট ৰাণ খৰচ কৰাৰ পিছতো ভগৱানে তেওঁ আন এটা সুযোগ দিলে আৰু সতীৰ্থসকলে তেওঁৰ ওপৰত বিশ্বাস দেখুৱালে। সেই সময়ত তেওঁৰ মনত কোনো চিন্তা নাছিল বুলি স্বীকাৰ কৰে পেচাৰজনে।

অন্তিম অভাৰত বলিং কৰিবলৈ যোৱাৰ সময়ত অধিনায়ক সূৰ্যকুমাৰ যাদৱে অৰ্শ্বদীপ সিঙক যি হ’ব লগা আছে সেয়া হ’ব বুলি মন্তব্য কৰি তেওঁক চাপমুক্ত কৰি তোলে আৰু অধিনায়কৰ পৰা লাভ কৰা এই বিশ্বাসৰ সুবাদত সঠিক বলিঙেৰে জয় কঢ়িয়াই আনে অৰ্শ্বদীপে।

উল্লেখ্য যে, বিগত মেচসমূহত ডেথ অভাৰত অৰ্শ্বদীপে যথেষ্ট ৰাণ খৰচ কৰা পৰিলক্ষিত হৈছিল। একেদৰে কালিৰ মেচখনতো নিজ স্পেলৰ প্ৰথম তিনিটা অভাৰত ৩৭ ৰাণ খৰচ কৰিছিল।

সেয়ে অন্তিম অভাৰত অৰ্শ্বদীপৰ ওপৰত কিছু সন্দেহৰ অৱকাশ আছিল ভাৰতীয় অনুৰাগীৰ। কিন্তু এই পৰিসংখ্যা পিছলৈ ঠেলি অৰ্শ্বদীপে লাভ কৰে সফলতা। নিজৰ বলিঙৰ সন্দৰ্ভত তেওঁ কয়, “বহুত শিক্ষা লাভ কৰিলোঁ, কিন্তু ভুলৰ অৱসান ঘটাই প্ৰত্যাৱৰ্তন কৰিম।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd