• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বগা হাতীত পৰিণত গোলাঘাট পৌৰসভা; এজাক বৰষুণতে চহৰত কৃত্ৰিম বানৰ তাণ্ডৱ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
July 10, 2021 3:00 pm
IMG_20210710_140140

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমে বগা হাতীত পৰিণত হৈছে গোলাঘাট পৌৰসভা। পৌৰসভাৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে এতিয়া জীয়াতু ভুগিব লগীয়া হৈছে চহৰবাসীয়ে।

গোলাঘাট চহৰত কালি নিশা অহা এজাক বৰষুণতে কৃত্ৰিম বানত ডুব গ’ল বহু মানুহৰ ঘৰ আৰু সা-সম্পত্তি। ৰাইজৰ অভিযোগ অনুসৰি ,পৌৰসভাৰ গাফিলতিৰ বাবেই চহৰখনত এনেদৰে বৃদ্ধি পাইছে এই কৃত্ৰিম বানৰ তাণ্ডৱ।

Apply Now

গোলাঘাট নগৰৰ চন্দন নগৰ, ৰংপুৰ, নতুন আমোলাপট্টি,পুৰণা আমোলাপট্টি,তপন নগৰ, বেঙেনাখোৱাৰ লগতে ফৰকাটিং অঞ্চলৰ বিভিন্ন অঞ্চলতো কৃত্ৰিম বানে তাণ্ডৱ ৰূপ লৈছে।

বাট-পথৰ লগতে ঘৰুৱা সা-সম্পত্তি, প্ৰয়োজনীয় নথি-পত্ৰ‌ও কৃত্ৰিম বানত ডুব যোৱাত ৰাইজৰ মাজত এক হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঘৰৰ অধিকাংশ ঠাই  পানীত ডুব যোৱাত এসাঁজ খাবলৈকো খাদ্যৰ অভাৱত ভুগিব লগীয়া হৈছে  গোলাঘাটবাসী।

এই সন্দৰ্ভত  দীৰ্ঘদিন ধৰি পৌৰসভাক অভিযোগ উত্থাপন কৰিও কোনো সঁহাৰি নোপোৱা ৰাইজৰ এতিয়া নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰা সকলো বাট-পথৰ এতিয়া তথৈবচ অৱস্থা। লগতে এই বাট-পথ সমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে।

বিশেষকৈ ৰাষ্টাৰ কাষৰ নলা-নৰ্দমাবোৰ বাৰিষাৰ আগত চাফা নকৰাৰো অভিযোগ তুলিছে চহৰবাসীয়ে। জাবৰে পুতি পেলোৱা এই নলাবোৰ বাম হৈ পৰাত সামান্য এজাক বৰষুণতে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে নগৰবাসীয়ে।

কেৱল নামত থকা পৌৰসভাৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবেই ৰাইজে ভুগিব লগা হৈছে এই চৰম  হাৰাশাস্তি। এসময়ত ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ পৌৰসভাৰ পুৰস্কাৰ লাভ কৰা গোলাঘাট পৌৰসভাৰ এনে অৱস্থাক এতিয়া  বগা হাতীৰ সৈতে  তুলনা কৰিছে গোলাঘাটবাসীয়ে।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd