• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত বিধায়ক কলনিক কোভিড কেন্দ্ৰ হিচাপে উন্নীত কৰণৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 15, 2020 10:09 am

1 min read

অৰুণাচলত বিধায়ক কলনিক কোভিড কেন্দ্ৰ হিচাপে উন্নীত কৰণৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ

উৎস-টুইটাৰ

561
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ চিম্পুত নতুনকৈ স্থাপন কৰা বিধায়ক কলনিক ৪০ খন বিচনাযুক্ত কোভিড-১৯ হাস্পাতাল লৈ ৰূপান্তৰ কৰাৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে লোৱা সিদ্ধান্তই ৰাজ্যখনত বিতৰ্কৰ সৃষ্টি কৰিছে।

স্থানীয় লোকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইয়াৰ ফলত স্থানীয় নাগৰিকসকলৰ জীৱনলৈও প্ৰত্যাহ্বান আহিব বুলি উল্লেখ কৰে।

অৰুণাচল প্ৰদেশৰ নাহৰলগুনত থকা তামো ৰিবা ইষ্টিটিউট অফ হেল্থ এণ্ড মেডিকেল চায়েঞ্চখন সম্পুৰ্ণ ৰূপে ৰোগীৰে ভৰি পৰাৰ পাছতে অৰুণাচল প্ৰদেশ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

চিম্পুৰ নাগৰিক সকলে মঙলবাৰে পথত বাহ বান্ধি বিধায়ক কলনিক কোভিড-১৯ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, ইটানগৰ ৰাজধানী অঞ্চলৰ জিলা উপায়ুক্ত কোমকাৰ দুলোমে এই সম্পৰ্কত স্থানীয় নাগৰিক সকলৰ সৈতে আলোচনা কৰি বিষয়টো সমাধান কৰাৰ বাবে চেষ্টা চলায় থকা হৈছে বুলি কয়।

ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী আলো লিবাং, মুখ্য স্বাস্থ্য সচিৱ পি পাৰ্থিৱানে চিম্পুত থকা বিধায়ক কলনি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ কোভিড কেন্দ্ৰ হিচাপে উন্নীত কৰিব বিচৰা আৱসিক অঞ্চল সমূহৰ পৰিদৰ্শন কৰে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd