• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

কামেং নৈত মাছৰ মৃত্যু, অৰুণাচল চৰকাৰে গঠন কৰিলে তদন্ত সমিতি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 31, 2021 3:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ কামেং নৈৰ পানী হঠাতে বোকাময় হৈ পৰা আৰু হাজাৰ হাজাৰ মাছৰ মৃত্যু ঘটাৰ কাৰণ উদঘাটন কৰিবলৈ অৰণাচল প্ৰদেশৰ চৰকাৰে গঠন কৰি দিলে তদন্ত সমিতি।

সমিতি খনে তিব্বতৰ পৰা বৈ অহা নৈ খনৰ পানী কিয় বোকাময় হৈ পৰিছে সেয়া ফঁহিয়াই চাব।

Apply Now

প্ৰাথমিক তথ্য অনুসৰি নৈ খনৰ পানী বোকাময় হৈ পৰাৰ ফলত ভালদৰে উশাহ ল’ব নোৱাৰি হাজাৰ হাজাৰ মাছৰ মৃত্যু ঘটিছে।

উল্লেখ্য অৰুণাচলৰ মাজেৰে বৈ যোৱা কামেং নৈ হাজাৰ হাজাৰ মৃত মাছ ওপঙি উঠাৰ কথাই এতিয়া উদ্বিগ্ন কৰি তুলিছে স্থানীয় লোকসকলক।

বৃহস্পতিবাৰৰ নিশাৰে পৰা কামেং নৈৰ পানী বোকাময় হৈ পৰিবলৈ ধৰে আৰু বিভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ মাছৰ মৃত্যু ঘটি পানীত ওপঙি উঠে।

নৈ খনত এনেদৰে মাছৰ অস্বাভিৱক মৃত্যুৰ কাৰণ এতিয়াও অজ্ঞাত হৈয়েই আছে। পশ্চিম কামেং জিলা প্ৰশাসনে ঘটনা নিৰীক্ষণ কৰি আছে আৰু কোনো লোককে নৈ খনত নানামিবলৈ তথা মৃত মাছ ভক্ষণ নকৰিবলৈ আহ্বান জনাইছে।

পশ্চিম কামেং জিলাৰ শীৰ্ষ পদাধিকাৰ পুনম ছোনামে সংবাদ মাধ্যমৰ আগত কয় যে নৈ খনত হাজাৰ হাজাৰ মাছ মৃত অৱস্থাত ওপঙি উঠাৰ পিছতে বহুতে সেই মাছ সংগ্ৰহ কৰিবলৈ যোৱা দেখা গৈছে।

নৈ খনত মৃত অৱস্থাত ওপঙি উঠা মাছ ভক্ষণ কৰিলে মানুহৰ ক্ষতি হোৱাৰ আশংকা থকা বুলিও তেওঁ কৰে।

ইতিমধ্যে পশ্চিম কামেং জিলাৰ প্ৰশাসনে এই বিষয়ত জনতাক সজাগ কৰি দি আজি এক নিৰ্দেশনা প্ৰকাশ কৰিছিল।

নিৰ্দেশনাটোত কোনো লোককে নৈ খনত মৃত অৱস্থাত ওপঙি উঠা মাছ ভক্ষণ নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে।

উল্লেখ্য কামেং নৈ খন ভাৰত-তিব্বত সীমান্তৰ তাৱাং জিলাৰ গোৰি চেন মাউণ্টেইন হিমবাহৰ পৰা উৎপত্তি ঘটিছে।

নৈ খনে অৰুণাচলৰ মাজেৰে বৈ আহি অসমৰ শোণিতপুৰ জিলাৰ মাজেৰে প্ৰৱাহিত হৈছে। নৈ খনে তেজপুৰত ব্ৰহ্মপুত্ৰ লগ লাগিছে।

ফলত নৈ খনত মাছৰ অস্বাভাৱিক মৃত্যুৰ প্ৰভাৱ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰতো পৰিব পাৰে বুলি আশংকা কৰা হৈছে।

অসমৰ মাজেৰে বৈ যোৱা কামেং নৈ খনক জীয়া ভৰলী বুলি জনা যায়।

২০১৭ চনৰ ডিচেম্বৰ মাহতো কামেং নৈৰ পানী ৰহস্যজনক ভাবে বোকাময় হৈ পৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd