• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2026 7:17 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ ইটানগৰ পৌৰ নিগমে একক ব্যৱহাৰৰ প্লাষ্টিক আৰু ১২০ মাইক্ৰনৰ তলৰ প্লাষ্টিকৰ কেৰী বেগৰ ব্যৱহাৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ইটানগৰ পৌৰ নিগমৰ যুটীয়া আয়ুক্ত খোদা লাছাই জাৰি কৰা নিৰ্দেশ অনুসৰি দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান, ছুপাৰ মাৰ্কেট, হোটেল, ৰেষ্টুৰেণ্ট আৰু পথৰ কাষৰ ব্যৱসায়ীসকলক নিষিদ্ধ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ বন্ধ কৰি পৰিৱেশ অনুকূল আৰু জৈৱ-বিয়োজ্য সামগ্ৰী ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

নিষিদ্ধ কৰা সামগ্ৰীৰ ভিতৰত প্লাষ্টিকৰ ডালযুক্ত কাণ পৰিষ্কাৰ কৰা কাঠি, বেলুনৰ ষ্টিক, প্লাষ্টিকৰ পতাকা, টফী আৰু আইচক্ৰীমৰ কাঠি, থাৰ্ম’কলৰ সজ্জাৰ সামগ্ৰী, প্লাষ্টিকৰ প্লেট, কাপ, চামুচ-কাঁটাচামুচ, ষ্ট্ৰ’, পেকেট মেৰিওৱা প্লাষ্টিক ফিল্ম, পানীয় বা খাদ্যৰ সৈতে ব্যৱহাৰ কৰা ষ্টিৰাৰ আৰু ১০০ মাইক্ৰনৰ তলৰ পিভিচি বেনাৰ আদি আছে।

Apply Now

ইয়াৰ উপৰি ১২০ মাইক্ৰনৰ তলৰ প্লাষ্টিকৰ কেৰী বেগ আৰু জৈৱ-বিয়োজ্য নোহোৱা পেকেজিং ছেচে উৎপাদন, মজুত, বিতৰণ, বিক্ৰী আৰু পৰিবহণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্লাষ্টিক পেকেজিঙৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলক ২০১৬ চনৰ প্লাষ্টিক বর্জ্য ব্যৱস্থাপনা নিয়ম অনুসৰি সামগ্ৰীত বাধ্যতামূলক লেবেল লগোৱাৰ নিয়ম মানি চলিবলৈ কোৱা হৈছে।

ইটানগৰ পৌৰ নিগমে জনাইছে যে নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ নিয়মীয়া পৰিদৰ্শন, আকস্মিক তালাচী আৰু বিশেষ অভিযান চলোৱা হ’ব। লগতে পথ, নলা, উদ্যান, বজাৰ আৰু জলাশয়ত প্লাষ্টিকৰ আৱৰ্জনা পেলোৱা বা ভুল ধৰণে নিষ্পত্তি কৰা লোকসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী দিয়া হৈছে।

পৌৰ নিগমে অৰুণাচল প্ৰদেশৰ জনসাধাৰণ আৰু ব্যৱসায়ীসকলক এই উদ্যোগত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। পৰিৱেশ সুৰক্ষা আৰু প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপ সফল কৰিবলৈ সকলোৰে সহযোগিতা অতি গুৰুত্বপূৰ্ণ বুলি পৌৰ নিগমে উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am
এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd