• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ২ দিনৰ ভিতৰতে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2024 1:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে অহা দুদিনৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব বুলি প্ৰকাশ কৰিছে।

অৰবিন্দ কেজৰিৱালে কয় যে আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত ৰাইজে তেওঁক সততাৰ প্ৰমাণ দিলেহে মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিব। তেওঁ কয়, ‘’আমি নিজৰ নিৰ্দোষতা প্ৰমাণ কৰিবলৈ মানুহৰ আদালতলৈ যাম।’’

তেওঁ লগতে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰিৱৰ্তে ২০২৪ চনৰ নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও দাবী জনায়।

Apply Now

‘উচ্চতম ন্যায়ালয়ে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে আমি কাম কৰিব নোৱাৰিম বুলি একাংশ লোকে কয়। আনকি তেওঁলোকে আমাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুটি কৰা নাছিল… যদি আপোনালোকে মোক সৎ বুলি ভাবে তেন্তে মোক বৃহৎ সংখ্যক ভোট দিয়ক। মই নিৰ্বাচিত হোৱাৰ পিছতহে মুখ্যমন্ত্ৰীৰ চকীত বহিম। ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। মই মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ সৈতে নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছো… নিৰ্বাচন নোহোৱালৈকে দলৰ আন কোনোবা এজন মুখ্যমন্ত্ৰী হ’ব। অহা ২-৩ দিনত বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হ’ব, য’ত পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত হ’ব।’

লগতে পঢ়কঃ বিৰোধীয়ে তেওঁক প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ দিছিল,মান্তি নহ’ল; চাঞ্চল্যকৰ দাবী কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

তেওঁ দাবী কৰে যে বিজেপিয়ে দলটো ভাঙি চৰকাৰ গঠন কৰিব বিচাৰিছে। তেওঁ কয় যে তেওঁলোকে তেওঁৰ মনোবল ধ্বংস কৰিব বিচাৰিছিল যদিও বিফল হৈছিল।

তেওঁ কয়, “তেওঁলোকে দল ভাঙিব বিচাৰিছিল, কেজৰিৱালৰ সাহস আৰু মনোবল ভাঙিব বিচাৰিছিল… তেওঁলোকে এটা সূত্ৰ বনাইছে– দল ভাঙি, বিধায়ক ভাঙি, নেতাক জেললৈ পঠিয়াব। ভাবিছিল কেজৰিৱালক জেললৈ পঠিয়াই দিল্লীত চৰকাৰ গঠন কৰিব.. .কিন্তু তেওঁলোকে আমাৰ দলটো ভাঙিব নোৱাৰিলে… দলীয় কৰ্মীৰ পৰাও বিচ্ছিন্ন হ’ব নোৱাৰিলে।”

অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা কিয় পদত্যাগ নকৰিলে সেই সন্দৰ্ভতো সদৰী কৰিছে।

তেওঁ লগতে কয় যে দেশৰ গণতন্ত্ৰক ৰক্ষা কৰিব বিচৰাৰ বাবেই মই পদত্যাগ কৰা নাছিলো… তেওঁলোকে এটা নতুন সূত্ৰ তৈয়াৰ কৰিছে — য’তেই পৰাস্ত হয়, তাতেই মুখ্যমন্ত্ৰীক জেললৈ পঠিয়াই নিজৰ চৰকাৰ গঠন কৰে।

লগতে পঢ়কঃ চাকৰিৰ প্ৰলোভন দি যুৱতীক মাতি আনি হোটেলত ধৰ্ষণ! জিমৰ মালিকৰ বিৰুদ্ধে ৰুজু গোচৰ

অৰবিন্দ কেজৰিৱালে বিৰোধী দলৰ সকলো মুখ্যমন্ত্ৰীক মিছা অভিযোগত জেললৈ প্ৰেৰণ কৰিলে পদত্যাগ নকৰিবলৈ আবেদন জনায়।

যোৱা সপ্তাহত জামিনত মুকলি কৰি দিয়া হৈছিল কেজৰিৱালক। যোৱা ১১ মাৰ্চত দিল্লী আবকাৰী নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd