• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বপ্নপূৰণ! পূৰ্বৰ ব্যৰ্থতা পাহৰি ইউ এছ অ’পেন খিতাপ দখল কৰিলে আৰিয়ানা ছাবালেংকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2024 2:57 pm
ইউ এছ অ’পেন চেম্পিয়নৰ খিতাপ দখল কৰিলে আৰিয়ানা ছাবালেংকাই। ফটোঃ সংগ্ৰহীত।

ইউ এছ অ’পেন চেম্পিয়নৰ খিতাপ দখল কৰিলে আৰিয়ানা ছাবালেংকাই। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ সপোন পূৰণ হ’ল! “মই বাকৰুদ্ধ, কেতিয়াও আশা এৰি দিয়া নাছিলো। মোৰ সপোন পূৰণৰ বাবে মই বহুত ত্যাগ কৰিছো।” আৰিয়ানা ছাবালেংকাই কথাবোৰ সৰসৰাই কৈ গ’ল।

এইবাৰ ইউ এছ অ’পেন চেম্পিয়নৰ খিতাপ দখল কৰিলে ছাবালেংকাই। মাত্ৰ এবছৰৰ আগতে তেওঁ ফাইনেলত পৰাস্ত হৈছিল। ইয়াৰ পিছত কঠোৰ পৰিশ্ৰম কৰে। অৱশেষত তেওঁৰ সপোন বাস্তৱায়িত হ’ল। ইউ এছ অ’পেনৰ নতুন ৰাণী আৰিয়ানা ছাবালেংকা।

শনিবাৰে নিশা ইউ এছ অ’পেনৰ ফাইনেলত জেচিকা পেগুলাক ষ্ট্ৰেইট ছেটত পৰাস্ত কৰে বেলাৰুছৰ তাৰকাগৰাকীয়ে। যদিও ছাবালেংকাই ষ্ট্ৰেইট ছেটত জয়লাভ কৰিছিল, তথাপিও ফাইনেলত যুঁজখন একপক্ষীয় নাছিল। দুয়োটা ছেট টাইব্ৰেকাৰলৈ গৈছিল। দুবাৰেই শেষ হাঁহি মাৰিলে ছাবাই।

Apply Now

লগতে পঢ়কঃ ১৭ বছৰ বয়সতে মেছিৰ সৈতে তুলনা! নিজে কি ভাবে, উত্তৰ দিলে স্পেইনৰ লেমিন ইয়ামালে

ফাইনেলত ছাবাই ৭-৫, ৭-৫ ব্যৱধানত জয়লাভ কৰে। এইবাৰ প্ৰতিপক্ষ জেচিকাইও প্ৰথম গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰিছিল। অভিজ্ঞ ছাবালেংকাৰ সন্মুখত তেওঁ চাপ চম্ভালিব পৰা নাছিল।

ইয়াৰ জৰিয়তে ছাবালেংকাই নিজৰ কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰে। ২০২৩ আৰু ২০২৪ চনত দুবাৰকৈ অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়ন হৈছিল। তেওঁ প্ৰথমবাৰৰ বাবে ইউ এছ অ’পেনত জয়লাভ কৰে। ২৬ বছৰীয়া এইগৰাকী টেনিছ সুন্দৰী বৰ্তমান বিশ্বৰ দ্বিতীয় স্থানত আছে।

লগতে পঢ়কঃপেৰালিম্পিকত ‘বিতৰ্কিত পতাকা’ লৈ উল্লাস, সেয়ে বাতিল ইৰাণী খেলুৱৈ? জেভেলিনত স্বৰ্ণ জয় ভাৰতীয়ৰ!

এবছৰৰ পূৰ্বে এই ইউ এছ অ’পেনত ছাবালেংকাৰ সপোন ছিন্নভিন্ন হৈ পৰিছিল। চাৰ্ভিচ ফাইনেলত পৰাস্ত হোৱাৰ পিছত খিতাপ হেৰুৱাইছিল। আৱেগ নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। হতাশ হৈ লকাৰ ৰুমলৈ উভতি আহি ৰেকেট ভাঙি পেলাইছিল। এইবাৰ সেই হতাশা আনন্দত পৰিণত হ’ল। তেওঁ কয়, ‘মই সদায় এই সুন্দৰ ট্ৰফী জয় কৰাৰ সপোন দেখিছিলো। অৱশেষত জয়ী হ’লোঁ৷ বৰ গৌৰৱ অনুভৱ কৰিছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd