• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তিত স্বাক্ষৰকাৰী একমাত্ৰ জীৱিত ব্যক্তি প্ৰফুল্ল কুমাৰ মহন্তই কি ভূমিকা ল’ব চুক্তিখন ৰূপায়ণৰ বাবে?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 15, 2019 9:29 pm
Assam Accord signign ceremony

অসম চুক্তি স্বাক্ষৰ কৰা এটা মুহূৰ্ত।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দেহাৱসান ঘটিল ঐতিহাসিক অসম আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিয়া এগৰাকী বলিষ্ঠ জাতীয়তাবাদী নেতা বিৰাজ কুমাৰ শৰ্মাৰ। তেওঁৰ মৃত্যুৰ লগে লগে অন্ত পৰিল জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ এটা সংগ্ৰামী সত্তাৰ।

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদ নেতৃত্ব হোৱা বিদেশী বহিষ্কাৰৰ আন্দোলনত গণ সংগ্ৰাম পৰিষদৰ নেতা আছিল বিৰাজ কুমাৰ শৰ্মা। সংগঠনটোৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি আন্দোলনত বলিষ্ঠ ভূমিকা লোৱা শৰ্মাই খাটিব লগীয়া হৈছিল কাৰাবাসো।

Apply Now

১৯৮৫ চনৰ ১৫ আগষ্টত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত দিল্লীত হোৱা ‘অসম চুক্তি’ৰ অন্যতম স্বাক্ষৰকাৰীও আছিল বিৰাজ কুমাৰ শৰ্মা। লগতে অসম চুক্তিত আন্দোলনকাৰী পক্ষৰ হৈ স্বাক্ষৰ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ সভাপতি-সম্পাদক ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন।

১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তি আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল। নানা ৰাজনৈতিক পাকচক্ৰত বিগত ৩৩ বছৰে ওলমি ৰ’ল ‘অসমীয় জাতিৰ দলিল’ আখ্যা পোৱা ‘অসম চুক্তি’। কিন্তু তাৰ বিপৰিতে আমাৰ মাজৰ পৰা আঁতৰি গৈছে জাতিৰ অস্তিত্ব ৰক্ষাৰ হকে সেইসময়ত আন্দোলনত জঁপিয়াই পৰা বহু সংগ্ৰামী।

আজি শৰ্মাৰ মৃত্যুৰ লগে লগে আমাৰ মাজৰ পৰা হেৰাই গ’ল ‘অসম চুক্তি’ত স্বাক্ষৰ কৰা দ্বিতীয়জন আন্দোলনকাৰী নেতা। ইয়াৰ পূৰ্বে ২০০৬ চনত মৃত্যু হৈছিল আন এগৰাকী স্বাক্ষৰকৰী ভৃগু কুমাৰ ফুকনৰ।

আনহাতে, ১৯৯১ চনতেই উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুৱাইছিল অসম চুক্তিৰ সাক্ষী হিচাপে থকা দেশৰ তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে।

এটা কথা ক’ব পাৰি যে চুক্তি সম্পাদনৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে জড়িত সকলৰ ভিতৰত এতিয়া আছে কেৱল আছুৰ তেতিয়াৰ সভাপতি তথা তাৰ পৰৱৰ্তী সময়ৰ অসমৰ মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

অসম চুক্তিৰ পৰা অসমৰ ৰাইজে বহু আশা কৰিছিল। চুক্তি ৰূপায়ণৰ বিষয় লৈ বছৰ বছৰ ধৰি চলিল বহু ৰাজনীতি। সেই ৰাজনীতিৰ এতিয়াও অন্ত পৰা নাই।

বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসম চুক্তিক লৈ হকে-বিহকে বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি আহিছে। শেহতীয়াভাৱে চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় সমিতি গঠনৰো ঘোষণা কৰিলে। তাৰ বিপৰীতে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসম চুক্তিক নস্যাতো কৰিব বিচৰা হৈছে। তেনে এক জটিল সন্ধিক্ষণত হেৰাই গ’ল চুক্তিৰ এজন স্বাক্ষৰকাৰী।

এতিয়া চুক্তিখনত চহী কৰা মানুহ থাকিলগৈ কেৱল প্ৰফুল্ল কুমাৰ মহন্ত। বিজেপি চৰকাৰৰ হাতত ‘অসম চুক্তি’ উলংঘা হ’ব পৰা এই সময়ছোৱাত এতিয়া চুক্তিখনৰ স্বাক্ষৰকাৰী হিচাপে মহন্তই কি ভূমিকা গ্ৰহণ কৰে সেয়া হৈ পৰিব অত্যন্ত গুৰুত্বপূৰ্ণ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd