• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ কা বিৰোধী আৰু কা সমৰ্থকৰ সংঘৰ্ষত নিহত ২৪; ‘সাধাৰণ লোক এই হিংসাত জড়িত নাই’ – কেজৰিৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 10:46 am
dddd

উত্তৰ পূৱ দিল্লীত সংঘটিত হিংসাত্মক দৃশ্যৰ স্থিৰচিত্ৰ, ফ'টো সৌজন্য- ইন্টাৰনেট

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৱ দিল্লীৰ কা বিৰোধী আৰু কা সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত বৰ্তমানলৈকে নিহত হৈছে ২৪ জনকৈ লোক। সংঘৰ্ষ আৰম্ভ হোৱা দিনাই মৃত্যু ঘটিছিল এজন আৰক্ষী হেড কনিষ্টবলৰ।

আজি পৰিস্থিতি অলপ উন্নত হৈছে যদিও পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। হিংসা প্ৰভাৱিত অঞ্চলবোৰত স্কুল কলেজ দোকান আদি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। প্ৰভাৱিত সমগ্ৰ অঞ্চলত ১৪৪ ধাৰা বলৱৎ কৰা হৈছে। আনকি সুৰক্ষা বাহিনীৰ লোককো পথত ঘূৰি ফুৰাৰ অনুমতি দিয়া হোৱা নাই।প্ৰভাৱিত অঞ্চলবোৰত নিৰাপত্তাৰক্ষীয়ে  নিৰন্তৰ পেট্ৰলিং কৰি আছে।

Apply Now

যোৱা কেইদিন এই সংঘৰ্ষকলৈ নিশ্চূপ হৈ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মুখ খুলিছে।

বুধবাৰে টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে  জনসাধাৰণক শান্তি বজায় ৰাখিবলৈ আহ্বান জনাইছে।

গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীৰ হিংসাত্মক পৰিস্থিতিৰ বাবে যোৱা ২৪ ঘণ্টাত তিনিখনকৈ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱাল, ভাৰতীয় আৰক্ষী সেৱাৰ শীৰ্ষ বিষয়া, প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকে।

বৈঠকত দলীয় ৰাজনীতিৰ উৰ্দ্ধত থাকি দিল্লীৰ পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ সকলোৱে সহযোগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ হিংসাত সাধাৰণ জনতা জড়িত নহয় বুলি কয়। বাহিৰৰ দুষ্কৃতিকাৰীয়ে এই হিংসা বিয়পাই  আছে বুলিও কয়। হিংসা আৰু বিভাজনৰ ৰাজনীতি আৰু সহ্য কৰা নহ’ব বুলিও কেজৰিৱালে স্পষ্টভাৱে ঘোষণা কৰিছে। নিহত হেড কনিষ্টবলজনৰ পৰিয়ালক ১ কোটি টকা দিয়া হ’ব বুলি দিল্লী বিধান সভাত কেজৰিৱালৰ ঘোষণা।

ইফালে একাংশ বিজেপি নেতাই জনতাক উচতনিমূলক মন্তব্য কৰি অধিক উত্তেজিত কৰি তোলাও পৰিলক্ষিত হৈছিল। সেইসকল বিজেপি নেতাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে।

বিজেপি তথা কা সমৰ্থকসকলে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত বৰ্বৰ আৰু নিমৰ্ম আক্ৰমণ কৰা দেখা গৈছে। হাতে হাতে ক্ৰিকেট ষ্টাম্প, হকী ষ্টীক, লাঠি আদিৰ লগতে দুজনমানে আগ্নেয়াস্ত্ৰ লৈ কা  বিৰোধী তথা ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ কৰা দেখা গৈছে। বহু সাধাৰণ লোকৰ লগতে আৰক্ষীৰ লোকো আহত হৈ চিকিৎসাধীন হৈ আছে।

মদজিদৰ ওপৰতো আক্ৰমণ সংঘটিত হৈছে। এটা মদজিদৰ ওপৰলৈ গৈ দুষ্কৃতিকাৰীয়ে মদজিদৰ  মাইক  ভাঙি তললৈ পেলাই দিয়াৰ লগতে ধ্বংস কৰি থকা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd