• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুম্বাইৰ ৯৯ শতাংশ আই চি য়ু বিচনা ৰোগীৰে ভৰ্তি; বি এম চিৰ উদ্বেগজনক তথ্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 29, 2020 6:22 pm

1 min read

মুম্বাইৰ ৯৯ শতাংশ আই চি য়ু বিচনা ৰোগীৰে ভৰ্তি; বি এম চিৰ উদ্বেগজনক তথ্য

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5.2k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ ভিতৰত মুম্বাইত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

বৃহানমুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যন চমুকৈ বি এম চিৰ তথ্য অনুসৰি মুম্বাইত কোভিড-১৯ ৰোগীৰ বাবে সাজু কৰি ৰখা আই চি য়ুৰ সুবিধা বৃহস্পতিবাৰে প্ৰায় ৯৯ শতাংশ ভৰ্তি হৈ পৰিছে।

মুম্বাইত থকা ৬৪৫ খন আই চি য়ু বিচনাৰ ভিতৰত ৯৯ শতাংশ ইতিমধ্যে ভৰ্তি হৈ পৰিছে।

আনহাতে, অক্সিজেনৰ সুবিধা থকা ৪,২৯২ খন বিচনাৰ ভিতৰত ৬৫ শতাংশ ভৰ্তি হৈ পৰা বুলি বি এম চিৰ তথ্যত প্ৰকাশ পাইছে।

৩৭৩ ভেণ্টিলেটৰৰ সুবিধাৰ ভিতৰত ৭২ শতাংশ ভেণ্টিলেটৰ ৰোগী সকলৰ বাবে ব্যৱহৃত হৈ আছে।

বৃহস্পতিবাৰে মুম্বাইত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৫,২৭৩ গৰাকীলৈ বৃদ্ধি পায়।

মহাৰাষ্ট্ৰত কোভিড-১৯ আক্ৰান্তৰ সংখ্যাই ৫৫,০০০ সীমা অতিক্ৰম কৰিছে।

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি কোভিড-১৯ আক্ৰান্তৰ সংখ্যাই ৯০০ ৰ সীমা অতিক্ৰম কৰিছে।

বিগত ২৪ ঘণ্টাত অসমত ২২ গৰাকী লোকক সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd