• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ ৰামায়ণৰ ‘দশৰথ’ৰ চৰিত্ৰত অভিনয় কৰিব অমিতাভ বচ্চনে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2024 10:12 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নীতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিত এইবাৰ নতুন সংযোজন। নতুন খবৰ অনুসৰি চিনেমাখনত অমিতাভ বচ্চনক ‘দশৰথ’ৰ চৰিত্ৰত দেখা যাব। ছবিখনত ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ থকাৰ বিপৰীতে সীতাৰ চৰিত্ৰত কেইবাগৰাকীও অভিনেত্ৰী সলনি কৰা হৈছে। ইফালে অমিতাভ বচ্চনে ‘ৰামায়ণ’ত যোগদান কৰাৰ খবৰ এইবাৰ শুনা গৈছে।

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিৰ শ্বুটিং। এই ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী ছাই পল্লৱীয়ে। ৰাৱণৰ ৰূপত যশ। হনুমানৰ চৰিত্ৰত অভিনয় কৰিব ছানী দেওলে। ইয়াৰ বাহিৰেও কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিব লাৰা দত্তই। সেইদৰে, শূৰ্পনখাৰ চৰিত্ৰত অভিনয় কৰিব ৰাকুল প্ৰীত সিঙে।

লগতে পঢ়কঃ খেল চলি থকাৰ সময়তে খেলপথাৰত বজ্ৰ পৰি মৃত্যু ফুটবলাৰৰ; চাওক শিহৰণকাৰী ভিডিঅ’

Apply Now

নীতেশ তিৱাৰীৰ ৰামায়ণৰ শেহতীয়া উল্লেখযোগ্য সংযোজন হৈছে অমিতাভ বচ্চন। দশৰথৰ চৰিত্ৰৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছে। জানিব পৰা মতে, ৰণবীৰ কাপুৰ আৰু ছাই পল্লৱীৰ সৈতে শ্বুটিং আৰম্ভ হ’ব। মে’ মাহৰ পৰা অভিনয় আৰম্ভ কৰিব ছানী দেওলে। ৰাৱণৰ অভিনেতা যশে জুলাইৰ পৰা আৰম্ভ কৰিব নিজৰ ভাগৰ শ্বুটিং।

২০২৫ চনৰ দীপাৱলীত মুক্তি পোৱাৰ কথা ছবিখন। শুনা গৈছে যে নীতেশ তিৱাৰীয়ে এই ছবিখন তিনিটা ভাগত নিৰ্মাণ কৰিব। ছবিখনত ভিএফএক্সৰ ব্যাপক ব্যৱহাৰ হ’ব। মুম্বাইত ৰামায়ণৰ মূল শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বে লণ্ডনলৈ গৈ আছে ৰাম চৰিত্ৰৰ অভিনেতা ৰণবীৰ কাপুৰ। লণ্ডনৰ এটা বিখ্যাত কোম্পানীয়ে ছবিখনৰ বাবে ভিএফএক্সৰ দায়িত্ব লাভ কৰিছে। মূল শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বে ভিএফএক্স কোম্পানীটোৱে ৰণবীৰ কাপুৰৰ সৈতে কেইবাটাও দৃশ্যৰ আখৰা কৰিব।

লগতে পঢ়কঃ কি কাণ্ড! ৬৪৩ বাৰ ট্ৰেফিক আইন ভংগ; স্কুটি চালকক বিচাৰি চলাথ কৰিছে আৰক্ষীয়ে

কেইবাবছৰ পূৰ্বে অভিনেতা সঞ্জয় খানে ৰামায়ণৰ আধাৰত এখন ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। ছবিখনৰ নাম তেওঁ ভাবিছিল ‘দ্য লিজেণ্ড অফ ৰাম’। এই ছবিখনত তেওঁ ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ হৃতিক ৰোশনক নিৰ্বাচিত কৰিছিল। লক্ষ্মণৰ চৰিত্ৰৰ বাবে তেওঁ নিজৰ পুত্ৰ জায়েদ খানক বিবেচনা কৰিছিল। আৰু তেতিয়াই তেওঁ দশৰথৰ চৰিত্ৰত অভিনয় কৰিবলৈ অমিতাভ বচ্চনৰ কাষ চাপিছিল। কিন্তু সঞ্জয় খানৰ ৰামায়ণ নিৰ্মাণ হৈ নুঠিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd