• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি কাণ্ড! ৬৪৩ বাৰ ট্ৰেফিক আইন ভংগ; স্কুটি চালকক বিচাৰি চলাথ কৰিছে আৰক্ষীয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 13, 2024 8:03 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যান-বাহন আইনক কোনো পৰোৱাই নকৰে এই ব্যক্তিজনে! হেলমেট নোহোৱাকৈ স্কুটাৰত উঠি প্ৰকাশ্যে ঘূৰি ফুৰে। বাৰে বাৰে যান-বাহন নিয়ম উলংঘা কৰিছে। যোৱা বছৰৰ জানুৱাৰীৰ পৰা ১৬ ডিচেম্বৰলৈকে মাত্ৰ এই ১১ মাহত তেওঁৰ স্কুটীয়ে ৬৪৩ বাৰ আইন ভংগ কৰিছিল। জৰিমনাও বৃহৎ হৈছে।

মুঠতে তেওঁ ৩ লাখ ২২ হাজাৰ টকা জৰিমনা ভৰিবলগীয়া আছে। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে ট্ৰেফিক আৰক্ষীও স্তম্ভিত হৈ পৰিল। কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে এই ঘটনা। বাংগালুৰু যান-বাহন আৰক্ষী বিষয়াই বিচাৰি ফুৰিছে স্কুটি বা স্কুটি চালকজনক। কিন্তু এতিয়াও ধৰা পৰা নাই। আৰক্ষীৰ সূত্ৰ অনুসৰি, স্কুটীখনৰ পঞ্জীয়ন নম্বৰ হৈছে KA04KF9072।

লগতে পঢ়কঃ কাৰাৰুদ্ধ মনীষ চিছ’দিয়াক তিনিদিনৰ অন্তৱৰ্তীকালীন জামিন

Apply Now

যান-বাহন আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বেছিভাগ সময়তে সেই ব্যক্তিজনে আইন ভংগ কৰিছিল আৰ টি নগৰ টাৰলাবালু জংচন এলেকাত। সকলো যান-বাহন উলংঘাৰ ৬০ শতাংশ সেই অঞ্চলত সংঘটিত হৈছিল। সেই দৃশ্য কেমেৰাত ধৰা পৰিছে।

প্ৰতিবাৰেই তেওঁ আইন ভংগ কৰাৰ ক্ষেত্ৰত এটা কথা একেবাৰে কমন। মূৰত হেলমেট নাই। প্ৰতিবাৰেই মানুহজনক হেলমেট নোহোৱাকৈ ষ্ট্ৰীট কেমেৰাত দেখা গৈছিল। যেন এই ব্যক্তিজনে হেলমেট কি নাজানে। পিছফালে আন এজন ব্যক্তিক লৈ স্কুটিত উঠি থকা দেখা গৈছে ব্যক্তিজনক। তেওঁৰো মূৰত হেলমেট পিন্ধা নাই।

এইদৰে অসাৱধানতাৰে স্কুটিখন চলাই তেওঁ যেনেকৈ নিজৰ বাবে বিপদৰ সৃষ্টি কৰিছে, তেনেকৈয়ে তেওঁ পথৰ আন বাহনৰ চালকৰ বাবেও বিপদ বৃদ্ধি কৰিছে। বাংগালুৰু যান-বাহন আৰক্ষীয়ে এই বিষয়টো অতি গুৰুত্বসহকাৰে চাইছে।

লগতে পঢ়কঃ বিপদত ভাৰতীয় শিবিৰঃ তৃতীয় টেষ্টৰ পৰা বাহিৰ ৰাহুল, দললৈ পাডিকাল

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, “আৰক্ষীয়ে ইতিমধ্যে চালকজনৰ মুখখন চিনাক্ত কৰিছে। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে স্কুটি চালক বা স্কুটীৰ কোনো সন্ধান পোৱা নাই। আমি জানিব পাৰিছো যে যান-বাহন নিয়ম উলংঘা কৰাৰ বাবেও ব্যক্তিজনৰ যথেষ্ট জৰিমনা ভৰিবলগীয়া আছে। এনে উলংঘাকাৰীক কোনো ধৰণৰ ৰেহাই দিয়া নহ’ব। এই গাড়ীখন যাৰ নামত আছে তেওঁৰ বিৰুদ্ধেও আমি জাননী জাৰি কৰিম।” 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd