• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2026 10:03 am
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণে দক্ষিণ লেবাননত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিবাদত শান্তি চুক্তিৰ পিছতো পুনৰ বন্ধ কৰি দিছে হৰমুজ প্ৰণালী। ইফালে লেবাননত ইজৰাইলৰ আক্ৰমণত মৃত্যুৰ খবৰ আহিবলৈ আৰম্ভ কৰিছে। যেতিয়া ধাৰাবাহিক ঘটনাৰাজিক কেন্দ্ৰ কৰি পুনৰ উদ্বেগ বৃদ্ধি পাইছে, তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ বিষয়ে এটা পোষ্ট পোষ্ট কৰিছিল। পোষ্টটোৰ লগে লগে অত্যন্ত ক্ষুব্ধ মেল’নিয়ে ছ’চিয়েল মিডিয়াত ট্ৰাম্পক প্ৰায় কৈয়েই দিলে, ‘নিজৰ কামত মন দিয়ক’!

মেলোনি বনাম ট্ৰাম্প সংঘাত পৰ্বত ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ এটা পোষ্ট পোষ্ট কৰিছিল। ইয়াত লিখিছে, ‘ইটালীত তেওঁৰ (মেলোনি) জনপ্ৰিয়তা বৰ্তমান হ্ৰাস পাইছে, ইয়াৰ এটা সম্ভাৱ্য কাৰণ হ’ল তেওঁ আমেৰিকাক, যিখন দেশে প্ৰকৃততে ইটালীক ভাল পায় আৰু ৰক্ষা কৰে, ইৰাণক পাৰমাণৱিক অস্ত্ৰ আহৰণ বা নিৰ্মাণ কৰাত বাধা দিয়াত সহায় কৰিছে, কিন্তু ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাত বাধা দিয়াত আমেৰিকাক সহায় কৰা নাই (অৱশ্যেই নাটোৱেও একে ভূমিকা পালন কৰিছিল)।’

Apply Now

তাৰ পিছত ট্ৰাম্পে লিখিছে, ‘তেওঁ (মেলোনিয়ে) আমাক ইটালীৰ লেণ্ডিং ষ্ট্ৰিপ বা ৰাণৱেসমূহ ব্যৱহাৰ কৰিবলৈও নিদিলে, যিটো লজিষ্টিক বা কৌশলগতভাৱে এক ডাঙৰ অসুবিধা আছিল, কিন্তু বাস্তৱতা হ’ল আমেৰিকাই ইটালী আৰু অন্যান্য তথাকথিত নাটোৰ মিত্ৰ দেশসমূহৰ নিৰাপত্তাৰ বাবে প্ৰতি বছৰে শ শ কোটি ডলাৰ ব্যয় কৰে।’

তাৰ পিছত আহে ইটালীৰ প্ৰধানমন্ত্ৰীৰ প্ৰত্যুত্তৰ পোষ্ট! জৰ্জিয়া মেল’নিয়ে তেওঁৰ পোষ্টত লিখিছে, ‘মোৰ জনপ্ৰিয়তাৰ কথা ক’বলৈ গ’লে আপোনাৰ বন্ধু হোৱাটোৱে তাত নিশ্চয় সহায় কৰা নাই, আকৌ আপোনাৰ সৈতে মোৰ সম্পৰ্কৰ ওপৰতো সেইটো নিৰ্ভৰ নকৰে। মোৰ জনপ্ৰিয়তা নিৰ্ভৰ কৰে ইটালীৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰাৰ ক্ষমতাৰ ওপৰত – আৰু মই সদায় ঠিক সেইটোৱেই কৰি আহিছো।’ তাৰ পিছত মেল’নিয়ে লিখিছে, ‘মোৰ জনপ্ৰিয়তাক লৈ আপোনাৰ কি আহে! মই আপোনাক নিজৰ কামত মন দিবলৈ পৰামৰ্শ দিও।’

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ট্ৰাম্পে পূৰ্বে দাবী কৰিছিল যে জি-৭ৰ আঁৰত ‘তেওঁ (মেলোনি) মোৰ সৈতে এখন ছবি ল’বলৈ আব্দাৰ কৰিছিল।’ তাৰ পিছত ট্ৰাম্পে কয়, ‘মই চাগে ছবিখন নল’লোহেঁতেন। কিন্তু তেওঁৰ বাবে মোৰ বেয়া লাগিছিল।’ তেতিয়া মেল’নিয়েও উত্তৰ দিয়ে। তেওঁ কয়, ‘ড’নাল্ড ট্ৰাম্পে সম্পূৰ্ণৰূপে সাজি সাজি কথা আছে। মইতো আচৰিত হৈ পৰিছো।’

ইফালে ইৰাণে পুনৰবাৰ হৰমুজ প্ৰণালী বন্ধ কৰি বিশ্বৰ বাণিজ্যক লৈ উদ্বেগৰ সৃষ্টি কৰিছে। লেবাননত ইজৰাইলৰ আক্ৰমণক ৱাশ্বিংটনৰ সৈতে তেহৰানে স্বাক্ষৰিত চুক্তি উলংঘা বুলি অভিহিত কৰি হৰমুজ প্ৰণালী বন্ধ কৰি দিছে ইৰানে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd