• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰ্ধ সহস্ৰাধিক আশা কৰ্মীয়ে ঘেৰাও কৰিলে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
October 11, 2018 11:21 am
IMG-20181010-WA0017

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১ অক্টোবৰৰ দিনা হোজাই জিলাৰ ফৰমাৰপাৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীক ৰুবেলা ভেকচিন প্ৰদান কৰিবলৈ যাওতে একাংশ উন্মাদ লোকে চাৰিগৰাকী নাৰ্ছৰ লগতে এগৰাকী আশা কৰ্মীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাৰ এতিয়াও অন্ত পৰা নাই চাঞ্চল্য।

এই ঘটনাৰ তদন্ত বিচাৰি বুধবাৰে অসম ৰাজ্যিক আশা কৰ্মী য়ুনিয়নৰ হোজাই জিলা সমিতিৰ আহ্বানত অৰ্ধ সহস্ৰাধিক আশা কৰ্মীয়ে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

Apply Now

উল্লেখযোগ্য যে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে উক্ত আক্ৰমণত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত এন এন এম নাৰ্ছ আৰু আশা কৰ্মী সকলৰ প্ৰতি দেখুওৱা হেমাহিৰ বিৰুদ্ধে আৰু আহত সকলক এককালীন আৰ্থিক সাহায্য প্ৰদানৰ দাবীতে আশা কৰ্মী য়ুনিয়নে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে।

প্ৰতিবাদকাৰী সকলে আশা কৰ্মী সকলক পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা, ৰাজহুৱা আক্ৰমণৰ বলি হোৱা অতি দৰিদ্ৰ বিধৱা আশা কৰ্মী আয়াৰুন নেছাক এক কালীন আৰ্থিক সাহায্য প্ৰদান কৰা, ফৰমাৰ হাইস্কুলত আশা কৰ্মী-এ এন এম নাৰ্ছক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা, ভেকচিন প্ৰদানৰ আগতে ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰা, ভেকচিন, বন্ধ্যাকৰণ আদিৰ ক্ষেত্ৰত সমাজত অপ-প্ৰচাৰ বিয়পোৱা সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা আদি শ্ল’গানেৰে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

IMG-20181010-WA0016
ফটো : নৰ্থ-ইষ্ট নাও

প্ৰতিবাদস্থলত অসম ৰাজ্যিক আশা কৰ্মী য়ুনিয়নৰ সম্পাদিকা মিনাৰা বেগম, এ আই টি য়ু চিৰ ৰাজ্যিক সম্পাদক ৰাতুল বৰা, এ আই টি য়ু চিৰ হোজাই জিলা সমিতিৰ নেতা ক্ৰমে নুৰুল হক, আব্দুৰ ৰৌফ, নুৰ উদ্দিন আহমেদ, চি আই টি য়ুৰ ৰাজ্যিক নেতা যজ্ঞেশ্বৰ দাসে প্ৰতিবাদকাৰী সকলক উদ্দেশ্যি বক্তব্য ৰাখে।

প্ৰায় দুঘন্টা ধৰি চলা ধৰ্ণা কাৰ্যসূচীৰ অন্তত অসম ৰাজ্যিক আশা কৰ্মী য়ুনিয়নৰ হোজাই জিলা সমিতিৰ সভানেত্ৰী তানজিলা বেগম আৰু সম্পাদিকা দীপাঞ্জলি হাজং স্বাক্ষৰিত এখন সাত দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ হোজাই জিলা উপায়ুক্তক প্ৰদান কৰে।

উল্লেখ্য যোৱা এক এপ্ৰিলৰ পৰা হোজাই জিলাৰ আশা কৰ্মী সকলে কৰ্ম বিৰতি পালন কৰি আহিছে যদিও কালি জিলা প্ৰশাসনৰ লগত হোৱা আলোচনা মৰ্মে সাময়িকভাৱে কৰ্ম বিৰতি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এমাহৰ ভিতৰত জিলা প্ৰশাসনৰ দাবী সমূহ কাৰ্যকৰী নকৰিলে পুনৰ কৰ্ম বিৰতি কৰিব বুলি আশা কৰ্মী য়ুনিয়নৰ নেতৃত্বই জানিবলৈ দিয়ে।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd