• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত বাইকৰ পৰা পৰি আশাকৰ্মীৰ মৃত্যু

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , April 17, 2020 7:10 pm

1 min read

শিৱসাগৰত বাইকৰ পৰা পৰি আশাকৰ্মীৰ মৃত্যু
1.6k
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰৰ জয়াপাৰাত সংঘটিত এক পথ দূৰ্ঘটনাত এগৰাকী আশাকৰ্মীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মৃত আশাকৰ্মী গৰাকীক মৰমী শইকীয়া (৫৮) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে তেওঁ জেঙনিকটীয়া উপ স্বাস্থ্য কেন্দ্ৰত আশাকৰ্মী হিচাপে কৰ্মৰত আছিল।

ঘটনা অনুসৰি আজি পুৱা নিজ ঘৰৰ পৰা জেঙনিকটীয়া উপ স্বাস্থ্য কেন্দ্ৰলৈ সম্বন্ধীয় এজন ব্যক্তিৰ লগত গৈ থকা অৱস্থাত বাইকৰ পৰা পৰি মহিলাগৰাকীয়ে মূৰত বেয়াকৈ আঘাত পোৱাত তেওঁক ততাতৈয়াকে ডিব্ৰুগড়লৈ লৈ যোৱা হয় যদিও অধা বাটতে তেওঁ মৃত্যুক সাবটি লয়।

অবিবাহিতা মহিলা গৰাকী জয়াপাৰত নিজৰ ভাতৃৰ লগত আছিল।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd