• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশাকৰ্মীৰ অভিৱৰ্তন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 27, 2022 9:11 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে আশা অভিৱৰ্তন-২০২২ অনুষ্ঠিত হয় ৷

এই আশা অভিৱৰ্তনত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি আশাকৰ্মীসকলক উৎসাহিত কৰে।

Apply Now

ভাষণ প্ৰসংগত উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই কয় যে আশাকৰ্মীসকলে স্বাস্থ্য বিভাগৰ সকলো কামতে সহায়-সহযোগিতা আগবঢ়াই কামসমূহ সম্পন্ন কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

উদাহৰণ স্বৰূপে কোভিডৰ সংক্ৰমণৰ সময়ত আশাকৰ্মীসকলে উল্লেখযোগ্য ভূমিকা লৈ সংক্ৰমণ প্ৰতিৰোধত সহযোগিতা আগবঢ়াইছিল।তেনেদৰে শিশুৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাতো বিশেষ ভূমিকা লৈ আছে।জিলাখনত জটিলতা থকা গৰ্ভৱতী মহিলাৰ বাবে উপায়ুক্তগৰাকীৰ উদ্যোগত লোৱা জিলাভিত্তিক প্ৰকল্প”প্ৰকল্প সৌভাগ্য”ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে আশাকৰ্মীসকলে।

আশাকৰ্মীসকলৰ সকলো ধৰণৰ সহায়-সহযোগিতাৰ বাবে তেওঁলোকক উপায়ুক্তগৰাকীয়ে বিশেষভাৱে প্ৰশংসা কৰে আৰু ধন্যবাদ জনায়। লগতে অভিৱৰ্তনৰ এই শুভ মুহুৰ্তত সকলো চিকিৎসক-নাৰ্চৰ লগতে এই বিভাগৰ বিষয়ববীয়াক ধন্যবাদ জনায়। তেওঁ ভাষণৰ অংশ হিচাপে এটি গীতো পৰিৱেশন কৰে ৷

উল্লেখ্য যে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভূপেন বৈশ্যই আদৰণি ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা কৰা অভিৱৰ্তনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য)শ্যামল ক্ষেত্ৰ গগৈৰ লগতে সকলো চিকিৎসক, নাৰ্চ আৰু আন আন স্বাস্থ্য বিভাগৰ লগত জড়িত বিষয়ববীয়া উপস্থিত থাকে। আশা অভিবৰ্তনৰ অংশ হিচাপে জিলাখনৰ মুঠ ৭৩৯ গৰাকী আশাকৰ্মীক একোটাকৈ ছাতি, এখন বেগ, একোটা ৱাল ঘড়ী আৰু একোটাকৈ কফি মগ উদগনিমূলক উপহাৰ হিচাপে প্ৰদান কৰা হয় ৷

বিভাগটোৰ অন্তৰ্গত বঙাইগাঁৱৰ ১৫০০(পোন্ধৰ শ)ৰো অধিক বিষয়ববীয়াক এই উপহাৰসমূহ প্ৰদান কৰা হয়।আনহাতে প্ৰকল্প “আৱৰণ” আৰু প্ৰকল্প”সৌভাগ্য”ৰ কামৰ লগত জড়িত চিকিৎসক তথা নাৰ্চসকলকো একোটাকৈ হাত ঘড়ী উপহাৰ হিচাপে আগবঢ়োৱা হয়। সেইদৰে ‘আশা কিৰণ’ ৰ চেকো বিতৰণ কৰা হয় ৷ অভিৱৰ্তনত আশাকৰ্মীসকলে বিভিন্ন গীত, বিহু নৃত্য, নাগাৰা নাম , জেং বিহুকে ধৰি বিভিন্ন নৃত্য- গীত পৰিৱেশন কৰে ৷

ইপিনে অভিৱৰ্তনত আশাকৰ্মীসকলে বিহু নৃত্য পৰিৱেশন কৰি থকাত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াও আশাকৰ্মীসকলৰ সৈতে এপাক বিহু নাচে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd