• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পি বি এলৰ নিলাম : নৰ্থ-ইষ্টাৰ্ণ ৱাৰিঅ’ৰ্ছৰ সৈতে চুক্তিবদ্ধ অসমৰ শ্বাটলাৰ অস্মিতা চলিহা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2019 12:59 pm
অস্মিতা চলিহা। ফটো সৌজন্য: চি দ্যা পিপ'ল টিভি

অস্মিতা চলিহা। ফটো সৌজন্য: চি দ্যা পিপ'ল টিভি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ পঞ্চম ছিজনৰ খেলুৱৈৰ নিলামত অসমৰ প্ৰতিভাৱান শ্বাটলাৰ অস্মিতা চলিহাই নৰ্থ-ইষ্ট ৱাৰিঅ’ৰ্ছৰ সৈতে তিনি লাখ টকাত চুক্তিবদ্ধ হৈছে।

২০২০ চনৰ ২০  জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অস্মিতাই নৰ্থ-ইষ্টাৰ্ণ ৱাৰিঅ’ৰ্ছৰ হৈ খেলত অংশ ল’ব।

Apply Now

আনহাতে, ভাৰতৰ তাৰকা অলিম্পিকৰ পদক বিজয়ী শ্বাটলাৰ পি ভি সিন্ধুক পি বি এলৰ নিলামত মঙলবাৰে হায়দৰাবাদ হাণ্টাৰ্ছে চুক্তিবদ্ধ কৰে।

বিগত বৰ্ষতো হায়দৰাবাদ হাণ্টাৰ্ছৰ সৈতে থকা সিন্ধুক এইবাৰ দলটোৱে ৭৭ লাখ টকাত চুক্তিবদ্ধ কৰে।

উল্লেখযোগ্য যে, হায়দৰাবাদ, চেন্নাই, লক্ষ্ণৌ আৰু বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন মুঠ সাতটা দলে অংশগ্ৰহণ কৰিব।

বিগত বৰ্ষত প্ৰতিযোগিতাখনত বেংগালুৰু ৰেপটাৰ্ছে চেম্পিয়ন হৈছিল।

ভাৰতৰ বেডমিণ্টনৰ আগশাৰীৰ লীগখনত দেশী-বিদেশী তাৰকা শ্বাটলাৰে অংশ ল’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm
মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

June 22, 2026 5:22 pm
ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

June 22, 2026 5:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd