DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ভিদৰ প্ৰাদুৰ্ভাৱ: অনিৰ্দিষ্ট কাললৈ স্থগিত এছিয়ান গেমছ ২০২২

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2022 1:06 pm
Asian Games 2022 Postponed
142
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ছেপ্টেম্বৰত চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে।

যদিও আয়োজকৰ ফালৰ পৰা স্থগিত ৰখাৰ কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই, তথাপি চীনত পুনৰ ক’ভিদৰ প্ৰাদুৰ্ভাৱৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি আশংকা কৰা হৈছে।

“২০২২ বৰ্ষৰ ১০ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া ১৯ তম এছিয়ান গেমছ পিছুৱাই দিয়া হ’ব বুলি এছিয়াৰ অলিম্পিক পৰিষদে ঘোষণা কৰিছে।”— অফিচিয়েল গেমছ ৱেবছাইটত এক বিবৃতিত কোৱা হৈছে।

প্ৰতিযোগিতাৰ নতুন তাৰিখ অনাগত সময়ত ঘোষণা কৰা হ’ব বুলিও বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

এছিয়ান গেমছৰ আয়োজক চহৰ হাংঝৌ চীনৰ আটাইতকৈ ডাঙৰ চহৰ ছাংহাইৰ কাষত অৱস্থিত। ছাংহাই বিগত এক সপ্তাহ ধৰি ক’ভিদৰ ভয়াৱহতাৰ বাবে লকডাউনৰ কবলত আছে।

ইতিপূৰ্বে পূৱ চীনৰ চহৰ হাংঝৌত এছিয়ান গেমছ আৰু এছিয়ান পেৰা গেমছৰ বাবে প্ৰায় ৫৬ টা প্ৰতিযোগিতাৰ স্থান নিৰ্মাণ সমাপ্ত কৰা হৈছে বুলি যোৱা মাহত আয়োজকসকলে ঘোষণা কৰিছিল।

সেই সময়তে তেওঁলোকে এক ভাইৰাছ নিয়ন্ত্ৰণ পৰিকল্পনাৰ অধীনত এছিয়ান গেমছ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰিছিল।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd