• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছিয়াডত অব্যাহত সাফল্যৰ ধাৰা: স্বৰ্ণ জিনিলে অন্নু ৰাণী আৰু পাৰুল চৌধুৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 8:12 pm
Asian Games 2023
1.2k
VIEWS
Share on FacebookShare on Twitter

হাংঝ’ত অব্যাহত আছে ভাৰতৰ মহিলা খেলুৱৈৰ সাফল্যৰ ধাৰা। সাফল্যৰ গৌৰৱেৰে দেশক গৌৰৱান্বিত কৰি আজি এছিয়ান গেমছত স্বৰ্ণ জয় কৰিছে দুগৰাকী মহিলা খেলুৱৈয়ে।

মহিলাৰ ৫০০০ মিটাৰ দৌৰত পাৰুল চৌধুৰী আৰু জেভলিন থ্ৰ’ত অন্নু ৰাণীয়ে স্বৰ্ণ অৰ্জনেৰে হাংঝ’ত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা ১৫ টালৈ বৃদ্ধি কৰিছে। ২০১৪ চনত ইঞ্চিয়ন এছিয়াডত ব্ৰঞ্জ জয়ী অন্নুৱে আজি ৬২.৯২ মিটাৰ থ্ৰ’ৰে স্বৰ্ণ লাভ কৰে।

ইফালে চমকপ্ৰদ সামৰণিৰে পাৰুল চৌধুৰীয়ে ৫০০০ মিটাৰ দৌৰত লাভ কৰে স্বৰ্ণ। অন্তিম ৫০ মিটাৰত অবিশ্বাস্য প্ৰদৰ্শনেৰে জাপানৰ ৰিৰিকা হিৰোনাকাক অতিক্ৰমি স্বৰ্ণ নিশ্চিত কৰে পাৰুলে।

লক্ষণীয়ভাৱে চলিত এছিয়াডত পাৰুলৰ এয়া দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে ৩০০০ মিটাৰ ষ্টীপলচেজত ৰূপৰ পদক লাভ কৰিছিল দৌৰবিদ গৰাকীয়ে।

এই দুই তাৰকাৰ স্বৰ্ণ জয়ৰ বিপৰীতে তেজস্বীন শংকৰে ডেকাথলনত আৰু মহম্মদ আফছালে পুৰুষৰ ৮০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰে। সেইদৰে পুৰুষৰ ত্ৰিপ’ল জাম্পত প্ৰবীন চিথাৰাভেল আৰু মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলছত বিথ্যা ৰামৰাজে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

কাজাখস্তানৰ কামছীবেক কংকাবায়েবৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ ফলশ্ৰুতিত +৯২ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদকত সন্তুষ্ট থাকিবলগীয়া হৈছে বক্সাৰ নৰেন্দৰে।

ইয়াৰ পূৰ্বে ভাৰতে স্কোৱাছত সৌৰভ ঘোছাল (পুৰুষৰ একক), দিপিকা পালিকাল/হাৰিন্দৰ পাল সিং (মিক্সড ডাবলছ), অভয় সিং/আনাহাট সিঙে(মিক্সড ডাবলছ)ত তিনিটা পদক নিশ্চিত কৰিছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd