• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আৰক্ষীয়ে খালে বিলাসী খাদ্য, পইচা বিচৰাত ওলোটাই গ্ৰেপ্তাৰ হ’ল ধাবাৰ মালিক, ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 24, 2021 7:45 am

1 min read

আৰক্ষীয়ে খালে বিলাসী খাদ্য, পইচা বিচৰাত ওলোটাই গ্ৰেপ্তাৰ হ’ল ধাবাৰ মালিক, ক’ত?
544
VIEWS
Share on FacebookShare on Twitter

এজন আৰক্ষী পৰিদৰ্শক আৰু দুজন কনিষ্টবলক এটা আমোদজনক ঘটনাৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

আৰক্ষী দুজনে এখন ধাবাত খাদ্য খোৱাৰ পাছত যেতিয়া ধাবাৰ মালিকে বিলৰ পইচা বিচাৰে, আৰক্ষী দুজনে লগালগ মালিকজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী দুজনে মিছাকৈ কয় যে ধাবাখনত তেওঁলোকে অবৈধ মৰণাস্ত্ৰ, অবৈধ সুৰা আৰু ভাঙৰ সন্ধান লাভ কৰিছে।

ঘটনাটো সংঘটিত হৈছিল ৪ ফেব্ৰুৱাৰীত, উত্তৰ প্ৰদেশৰ এটাহ জিলাত।

অভিযোগ অনুসৰি, ধাবাখনত গৈ দুজন আৰক্ষীয়ে খাদ্য খায় আৰু শেষত যেতিয়া ধাবাৰ মালিকে বিলৰ পইচা বিচাৰে, ওলোটাই ধাবাৰ মালিক আৰু আন ৯জন কৰ্মচাৰীহে গ্ৰেপ্তাৰৰ সম্মুখীন হয়।

ঘটনাটো সংঘটিত হোৱা ৪০ দিনৰ পাছতহে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে সমগ্ৰ ঘটনাটো পোহৰলৈ আনে আৰু অনুসন্ধান অব্যাহত ৰাখিছে।

ধাবাৰ মালিকজনৰ ভায়েক প্ৰবীন কুমাৰে সাংবাদিকক কয় যে ৪ ফেব্ৰুৱাৰীৰ দিনা ৰাতি দুই বজাত আৰক্ষী দুজনে ধাবাখনলৈ গৈ বিলাসী খাদ্য গ্ৰহণ কৰে।

তেওঁ জনায় যে আৰক্ষী দুজন ধাবাখনৰ নিয়মীয়া গ্ৰাহক কিন্তু বিল পৰিশোধ কৰাত ইয়াৰ পূৰ্বেও আপত্তি দৰ্শাইছিল।

তেওঁ জনায় যে ৪ ফেব্ৰুৱাৰীৰ দিনা আৰক্ষীকেইজন মাতাল অৱস্থাত আছিল আৰু ধাবাৰ মালিকজনক ভাবুকি প্ৰদান কৰিছিল।

তাৰ পাছত দুখন আৰক্ষী জিপ আহি ধাবাখনত উপস্থিত থকা সকলোকে উঠাই লৈ যায়।

আজি এটাহ আৰক্ষী থানাই টুইটাৰযোগে জনায় যে আৰক্ষীকেইজনৰ ওপৰত আৰোপিত অভিযোগ সঁচা।

Recent News

Bhitali Das1

অৱশেষত কোভিডৰে হাৰ মানিলে কণ্ঠশিল্পী ভিতালী দাসে :সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ

Himanta-Biswa-Sarma-2-750x375

নিৰ্বাচনৰ সময়ত কোভিড নাছিল! স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিমান যুক্তিসংগত?

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd