• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি : আপত্তি দৰ্শোৱাৰ সময় বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অসম জাতীয় উন্নয়ন পৰিষদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 9, 2018 6:42 am
Dibya

অসম জাতীয় উন্নয়ন পৰিষদৰ নাগৰিক সভা। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৫ ডিচেম্বৰৰ দিনা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আপত্তি দৰ্শোৱাৰ শেষ সময়সীমা। সেই সময়সীমা  তিনিমাহলৈ বৃদ্ধিৰ দাবীৰে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাব অসম জাতীয় উন্নয়ন পৰিষদে।

অসম জাতীয় উন্নয়ন পৰিষদে শনিবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু সাম্প্ৰতিক সময়ত অসমৰ পৰিস্থিতি সম্পৰ্কে আয়োজন কৰা এক নাগৰিক সভাত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই সময়সীমা বৃদ্ধিৰ বাবে ভাষণ প্ৰসংগত পৰামৰ্শ আগবঢ়ায়।

Apply Now

উক্ত পৰামৰ্শৰ প্ৰতি সমৰ্থন জনাই অহা সোমবাৰ অৰ্থাৎ ১০ ডিচেম্বৰৰ দিনা উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আপত্তি-অভিযোগ দাখিল কৰাৰ সময়সীমা তিনিমাহলৈ বৃদ্ধি কৰিবৰ বাবে আবেদন জনাব।

উক্ত অনুষ্ঠানতে ভাষণ প্ৰদান কৰি শইকীয়াই লগতে জাতীয় দল সংগঠনসমূহক আহ্বান জনায় কয়, ‘’তেওঁলোকে কেৱল ৰাজপথত আন্দোলন কৰিলেই নহয়। সংগঠনসমূহৰ আঞ্চলিক কমিটিসমূহৰ সদস্যসকলে নাম বাদ পৰা খিলঞ্জীয়া লোকসকলে কিদৰে আপত্তি দৰ্শাব পাৰে ইয়াৰ বাবে সজাগতা বৃদ্ধি কৰা উচিত।

আনহাতে, মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে উক্ত নাগৰিক সভাত জানিবলৈ দিয়া মতে ‘’এনআৰচিৰ পৰা ৪০ লাখ লোকৰ নাম বাদ পৰিছে আৰু পৰৱৰ্তী পৰ্য্যায়ত ৫,১১,২৫৪ জন লোকে পুনৰ আবেদন কৰিছে। লগতে বৰ্তমানলৈকে ২০০ জন ব্যক্তিৰ বিৰুদ্ধেহে আপত্তি দৰ্শোৱা হৈছে।‘’

সেয়েহে জাতীয় দল-সংগঠনসমূহক নিজৰ নিজৰ অঞ্চলৰ সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ বাবে ভাষণ প্ৰসংগত শইকীয়াই আহ্বান জনায়।

বিশিষ্ট শিক্ষাবিদ, সাংবাদিক ড০ ভবেশ দাসে সভাপতিত্ব কৰা উক্ত নাগৰিক সভাতে ভাষণ প্ৰদান কৰি প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ড০ ৰোহিনী কুমাৰ বৰুৱাই কয় যে নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা প্ৰকাশৰ পাছত ওজৰ আপত্তিৰ সন্দৰ্ভত চৰকাৰ তথা নাগৰিকপঞ্জী কৰ্তৃপক্ষই উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল। কাৰণ কোনো বিদেশীৰ নাম যদি খচৰাত সোমাইছে, তেন্তে সেই কথা সংশ্লিষ্ট কৰ্তৃপক্ষইহে জানিব।

তদুপৰি তেওঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দায়িত্বত থকা কৰ্তৃপক্ষক বিষয়টোৰ ইতিবাচক সমাধান কৰাৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে,  ৰাজ্য চৰকাৰৰ গৃহ বিভাগেও দাবী-আপত্তি দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন জনোৱাৰ কথা চিন্তা কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd