• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত জোড়ো ন্যায় যাত্ৰালৈ সমৰ্থন অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2024 2:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে অসমত অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো যাত্ৰা, অসমে সমৰ্থন আগবঢ়াইছে। অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু ভাৰত জোড়ো অভিযান, অসমৰ আহ্বায়ক পৰেশ মালাকাৰে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে।  

বিবৃতিটো তেওঁলোকে কয়, “আমাৰ দেশখন সম্প্ৰতি এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে । আমি লক্ষ্য কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিছে নিৰ্বাচনত জিকা। কি কৰি নিৰ্বাচনত জয়ী হ’ব পাৰি সেইটোৱে এতিয়া তেওঁলোকৰ সৰ্বক্ষণৰ চিন্তা।নিৰ্বাচনত জয়ী হোৱাটো তেওঁলোকৰ কাৰণে এই কাৰণেই গুৰুত্বপূৰ্ণ যে নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁলোকে কয়- যিহেতু তেওঁলোক নিৰ্বাচনত জয়ী হৈছে তেওঁলোকে শাসন চলাবলৈ জনতাৰ ৰায় পাইছে। এতিয়া তেওঁলোকে যি মন যায় তাকে কৰিব পাৰে। যোৱা সময়ছোৱাত বিজেপি চৰকাৰে সেইটোৱেই কৰি আহিছে।‘’

 “তেওঁলোকৰ মতে গণতন্ত্ৰৰ অৰ্থ হ’ল সংখ্যাগৰিষ্ঠতা। সংখ্যালঘুৰ মতামত, ভাৰতৰ সংবিধান, সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতাৰ ওপৰত তেওঁলোকৰ কোনো আস্থা আৰু ভৰসা নাই। সংখ্যাগৰিষ্ঠতাৰে বলীয়ান হৈ তেওঁলোকে নিজৰ মন-মৰ্জিৰে সংসদত এখনৰ পিছত এখনকৈ আইন পাছ কৰি আছে যিবোৰ আইন  ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট ব্যক্তিৰ মৌলিক স্বাধীনতা আৰু সামাজিক সমতা আৰু ন্যায়ৰ পৰিপন্থী। বিভাজনবাদী ৰাজনীতি, হ্ৰস্বম্যাদী অৰ্থনৈতিক নীতি আৰু দেশৰ গণতান্ত্ৰিক অনুষ্ঠান সমূহ নিজৰ বহতীয়া কৰি বিজেপিয়ে দেশত এক নৈৰাজ্যৰ সৃষ্টি কৰিছে।‘’ -বিবৃতিটোত লগতে কোৱা হৈছে।

Apply Now

তেওঁলোকে লগতে কয়,  “আমি ভাবোঁ এনে পৰিস্থিতিত ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা ১৪ তাৰিখে মণিপুৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ গুৰুত্ব অপৰিসীম। ভাৰত জোড়ো অভিযান, অসম আৰু অসম নাগৰিক সমাজে এই যাত্ৰালৈ পূৰ্ণ সমৰ্থন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত জোড়ো ন্যায় যাত্ৰা জানুৱাৰী মাহৰ ১৮ তাৰিখৰ দিনা শিৱসাগৰৰ আমগুৰিয়েদি অসমত প্ৰৱেশ কৰিব। সেইদিনা ভাৰত জোড়ো অভিযানৰ এটি দলে ৰাহুল গান্ধীক আদৰণি জনাব। তেওঁলোকে গান্ধীক স্থানীয় লোকৰ সমস্যাৱলীৰ বিষয়ে অৱগত কৰাব। এনেদৰে যি যি ঠাইৰ মাজেৰে ৰাহুল গান্ধীৰ যাত্ৰা পাৰ হ’ব সেই সেই ঠাইবোৰত ভাৰত জোড়ো অভিযান, অসম আৰু অন্যান্য নাগৰিক সমাজৰ প্ৰতিনিধি সকলেও ৰাহুল গান্ধীক আদৰণি জনাব আৰু বিভিন্ন স্থানীয় সমস্যা সম্পৰ্কে তেওঁক অৱগত  কৰাব।‘’

জনসাধাৰণক জোড়ো ন্যায় যাত্ৰাত অংশ লোৱাৰ আহ্বান জনাই বিবৃতিটোক কোৱা হৈছে,  “অসমৰ সমস্যাৰ লগতে ৰাজ্যখনৰ বৰ্ণাঢ্য সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰাৰ লগত যাত্ৰাটোক চিনাকি কৰি দিয়া হ’ব। আমি আশাকৰো বিৰোধী ৰাজনৈতিক দলবোৰকো এই যাত্ৰাই বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ অধিক তৎপৰ কৰি তুলিব।দেশৰ বৰ্তমানৰ পৰিস্থিতিত গণতন্ত্ৰ আৰু সামাজিক ন্যায় সুনিশ্চিত কৰিবলৈ দলে দলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগদান কৰিবলৈ জনসাধাৰণৰ সকলো অংশলৈ আমি আহ্বান জনাওঁ।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd