• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাই অবৈধ প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে : ড০ পৰমানন্দ ৰাজবংশী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2018 7:45 pm
সাহি সাহিত্য সভা-বাংলাদেশৰ প্ৰতিনিধি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’মানুহৰ সৈতে মানুহৰ সম্পর্ক স্থাপন কৰাই হৈছে আমাৰ উদ্দেশ্য। সাংস্কৃতিক সেতু বন্ধনেৰে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত প্রেম, ভাতৃত্ববোধৰ বাণী বিলাব পাৰি’’- এইদৰে মত প্রকাশ কৰে অলপতে অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয়ত অনুষ্ঠিত এক মৈত্রীবন্ধন অনুষ্ঠানত বাংলাদেশৰ চিভিল ছ’চাইটি আৰু চৰকাৰৰ উচ্চপর্যায়ৰ প্রতিনিধি মেজৰ চামচুল আৰিফিনে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত সভাৰ প্রধান সম্পাদক পদুম ৰাজখোৱাই জনায় যে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত মৈত্রীবন্ধন অনুষ্ঠানত আদৰণি ভাষণত সভাপতিগৰাকীয়ে উল্লেখ কৰে যে অর্থনৈতিকভাৱে স্বাৱলম্বন হ’লে আৰু পাৰম্পৰিক সাংস্কৃতিক তথা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্রসাৰেহে ভাৰত আৰু বাংলাদেশৰ মাজত মিলাপ্রীতি আৰু বান্ধোন সুদৃঢ় কৰাৰ উপৰিও প্ৰব্ৰজনৰ সমস্যা বহু পৰিমাণে লাঘৱ কৰিব।

Apply Now

তেওঁ লগতে  কয় যে বাংলাদেশ আৰু ভাৰতবৰ্ষৰ মাজৰ মূল জলন্ত সমস্যাটো হৈছে আন্তঃৰাষ্ট্ৰীয় অনুপ্রৱেশ। এখন ৰাষ্ট্ৰৰ সার্বভৌমত্ব নিৰ্ভৰ কৰে শক্তিশালীভাৱে অবৈধ প্রব্ৰজন ৰোধ কৰাতহে। অসম সাহিত্য সভাই এনে অবৈধ প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে।

অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে সাংস্কৃতিক সেতুবন্ধনেৰে দুয়োখন দেশৰ বিনিময় সম্ভৱ বুলি মত প্রকাশ কৰাৰ লগতে কবিগুৰু ৰবীন্দ্ৰনাথৰ ‘চন্দালিকা’ নাটৰ অসমীয়া অনুবাদ বাংলাদেশত প্ৰদৰ্শন কৰি ভূয়সী প্রশংসা লাভ কৰাৰ স্মৃতি ৰোমন্থন কৰে।

অসমৰ মাননীয় ৰাজ্যপালৰ কার্যালয়ৰ উচ্চপদস্থ বিষয়া সঞ্জীৱ গোঁহাই বৰুৱাই তেওঁ কৰিমগঞ্জ জিলাত উপায়ুক্ত হিচাপে কার্যনির্বাহ কৰোঁতে বাংলাদেশৰ চকীগঞ্জৰ লগত দুর্গাপুজাৰ সময়ৰ বিজয়া দশমীৰ ভাসনী উৎসৱৰ সময়ত দুয়োটা অঞ্চলৰ লোকৰ মিঠাই বিতৰণৰ স্মৃতি সোঁৱৰণ কৰে।

বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড০ শ্বাহ মহম্মদ তনভীৰ মনচুৰে বাংলাদেশৰ তৰফৰ পৰা কি ধৰণৰ পদক্ষেপ গ্রহণ কৰিলে আমাৰ বন্ধন অটুট থাকিব তাৰ সঠিক পথ নির্দেশনা দিবলৈ অসম সাহিত্য সভাক আহ্বান জনায়।

বৈঠকত অসম সাহিত্য সভাৰ জাতীয় বৌদ্ধিক কোষৰ কাৰ্যকৰী সভাপতি ড° বলেন্দ্ৰকুমাৰ দাস, প্রাক্তন সাংসদ কুমাৰ দীপক দাস, বিশিষ্ট সাংস্কৃতিক কর্মী কল্যাণ দে, কবি সন্মিলন উপ সমিতিৰ আহ্বায়ক মিৰ্জা হুমায়ুনকবিৰকে আদি কৰি কেইবাগৰাকীও বক্তাই নিজৰ অনুভৱ ব্যক্ত কৰে।

বৈঠকত ব্যতিক্রম মাসদোৰ সৌমেন ভাৰতীয়াই নিজৰ অনুভৱ ব্যক্ত কৰে। অসম সাহিত্য সভাৰ বর্তমান আৰু প্রাক্তন তথা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্রায় ৫০ গৰাকী বিষয়ববীয়াই সভাত অংশগ্রহণ কৰে। বৈঠকৰ অন্তত অসম সাহিত্য সভাৰ গুৱাহাটী প্রশাসনিক কার্যালয়ৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd