DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিন্দী ভাষাৰ বাধ্যতামূলক বিতৰ্কক লৈ মুখ খুলিলে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই

“অসম সাহিত্য সভাই অসমীয়া ভাষা নস্যাৎ কৰা কাৰ্য কেতিয়াও সমৰ্থন কৰিব নোৱাৰি” কুলধৰ শইকীয়া

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
April 9, 2022 6:19 pm
হিন্দী ভাষাৰ বাধ্যতামূলক বিতৰ্কক লৈ মুখ খুলিলে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই
213
VIEWS
Share on FacebookShare on Twitter

শুক্ৰবাৰৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত হিন্দী ভাষা বাধ্যতামূলক সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতে এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া।

ডিফুত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শইকীয়াই কয় “অসম সাহিত্য সভাই অসমীয়া ভাষা নস্যাৎ কৰা কাৰ্য কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। অসমত নিজস্ব অসমীয়া ভাষা আছে, অন্যান্য জাতি-জনগোষ্ঠীৰ ভাষা আছে। অসমত অসমীয়া ভাষাৰ ঐতিহাসিক স্থান আছে আৰু সম্প্ৰীতিৰ দোলেৰে সকলোকে ই বান্ধি ৰাখিছে”।

ইপিনে, কিছু দিন পূৰ্বে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ সময়ত অসমীয়া ভাষাৰ মৰ্যাদা লাভ কৰিব লাগে বুলি অসম সাহিত্য সভাই দাবী জনাইছিল বুলি তেওঁ উল্লেখ কৰে।

“ইংৰাজী মাধ্যমৰ বিদ্যালয়, চি.বি.এছ.ই ইত্যাদি বিদ্যালয়তো অসমীয়া ভাষাৰ প্ৰৱৰ্তনৰ কথা নিশ্চিত কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলো”। শইকীয়াই এইদৰে কয়।

অসমীয়া ভাষাক হেয় প্ৰতিপন্ন কৰাতকৈ এক উচিত স্থান দি আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি শইকীয়াই মন্তব্য কৰে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd