• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমী’ আৰু ‘ছিয়েল’ৰ দ্বাৰা পুনেত লাচিত বৰফুকন স্মাৰক বক্তৃতা সম্পন্ন

লাচিত সময়তকৈ আগবঢ়া আছিল : ডেপুটী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা

প্ৰাঞ্জল শইকীয়া by প্ৰাঞ্জল শইকীয়া
December 18, 2018 3:32 pm
LachitBarphukan Memorial Lecture
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰৰ ডেপুটী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰ এন ৰৱিয়ে পুনেস্থিত প্ৰৱাসী অসমীয়া সমাজ ‘অসমী’ আৰু ছিয়েলে (Students’ Experience in Interstate Living চমুকৈ SEIL) যোৱা ১৬ ডিচেম্বৰত আয়োজন কৰা লাচিত বৰফুকন স্মাৰক বক্তৃতা অনুষ্ঠানত কৰা ভাষণত প্ৰকাশ কৰিছে, ‘‘চৰকাৰৰ নীতিৰ স্পষ্ট দৃষ্টি আৰু চিন্তাৰ পৰিৱৰ্তিত গাঁথনিয়ে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অতীৱ প্ৰয়োজনীয় সামাজিক বিকাশ আৰু পৰিৱৰ্তন সাধন কৰিছে।

এই অনুষ্ঠানটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সংঘাত প্ৰশমণ, বিকাশ আৰু নিৰাপত্তা সম্পৰ্কীয় দিশসমূহৰ ওপৰত চিত্তাকৰ্ষক ভাষণৰ আয়োজন এইবাৰেই প্ৰথম পুনেত সম্পন্ন হৈ যায়।

Apply Now

অসমীয় সভাপতি সমীৰণ ফুকনে তেওঁৰ আদৰণি ভাষণত কৈছে যে অসমীয়ে মহাৰাষ্ট্ৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাজত এখন সেতু নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰি আছে। তেওঁ লাচিত বৰফুকনক মহাৰাষ্ট্ৰৰ শিৱাজীৰ সৈতে ৰিজনি কৰে আৰু মন্তব্য কৰে যে মোগলৰ পৰা অসমক মুক্ত কৰি ৰখা সত্বেও ইতিহাসৰ কিতাপসমূহত তেওঁক তেওঁৰ যোগ্য সন্মান প্ৰদান কৰা হোৱা নাই।

নিজৰ ভাষণত ৰৱিয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিক্ষিপ্ত যুদ্ধসমূহৰ সিদ্ধান্ত সম্পৰ্কে জনা বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত ভাষণ প্ৰদান কৰে। তেওঁ লাচিত বৰপুকনৰ ৰণকৌশল, যেনে নৌ যুদ্ধ, প্ৰতাৰণা, নিজৰ সৈন্যৰ মনত সাহসৰ সঞ্চাৰ কৰাৰ কৌশল আদিৰ ভূয়সী প্ৰশংসা কৰে।

তেওঁ কয় যে লাচিতে আক্ৰমণকাৰী মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু অসমীয়ৰ স্বাধীনতা ৰক্ষা কৰিছিল। অসমীয়া সৈন্যৰ সংখ্যাৰ তুলনাত বিশাল সংখ্যক মোগল সৈন্যবাহিনীক খেদি পঠোৱাত  লাচিত বৰফুকনৰ ভূমিকাৰ কথা উ্লেখ কৰি তেওঁ কয় যে লাচিত বৰফুকন কেবল সামৰিক ক্ষেত্ৰতেই সময়তকৈ আগবঢ়া আছিল এনে নহয়, তেওঁ এগৰাকী ৰাষ্ট্ৰনেতা আৰু বহুমুখী ব্যক্তিত্বসম্পন্ন লোক আছিল।

ৰৱিয়ে এনআৰচি আৰু নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত সংবেদনশীলতাৰে আগবাঢ়ি যথাৰ্থ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা আৰু তেওঁলোকক নিজৰ দেশলৈ ঘূৰাই পঠোৱাত সহায় কৰিবলৈ জনসাধাৰণক আৱেদন জনায়।

ডোকলাম বিষয়ত তেওঁ কয় যে চীনে প্ৰতিখন ৰাজ্য ভ্ৰমণ কৰি এটা মনোবৈজ্ঞানিক সিদ্ধান্তত উপনীত হৈছে আৰু সমস্যাৰ সৃষ্টি কৰিবলৈ বিচাৰি আছে। অৱশ্যে, চৰকাৰৰ কঠোৰ নীতিৰ বাবে আনকি ৭৪ দিন মুখামুখি হৈ থকাৰ পাছতো তেওঁলোকক জোৰকৈ অপসাৰণ কৰা হৈছিল।

ছিয়েলৰ অধ্যক্ষ মিঃ অতুল কুলকাৰ্নিয়ে কেনেদৰে উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ অন্য প্ৰান্তৰ মাজত এটা ৰাষ্ট্ৰীয় অখণ্ডতাৰ ভাৱ গঢ়া  আৰু সামৰ্থ্য বিকশিত কৰাত এটা ভূমিকা গ্ৰহণ কৰি আহিছে তাৰ এটা ব্যাখ্যা আগবঢ়ায়।

শলাগৰ শৰাই আগবঢ়ায় ‘অসমী’ৰ সাধাৰণ সম্পাদক ৰাজীৱ বৰকাকতীয়ে। তেওঁ কয় যে ‘অসমী’য়ে মহাৰাষ্ট্ৰত ‘অসমী’য়ে উত্তৰ পূব ভাৰত সম্পৰ্কে বৌদ্ধিক আলোচনা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কাম কৰি যাব।

প্ৰাঞ্জল শইকীয়া

প্ৰাঞ্জল শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd