• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভোগালীৰ উৰুকাত কাজিৰঙাৰ বনকৰ্মীক জলপান আৰু কেলেণ্ডাৰ বিতৰণ কৃষিমন্ত্ৰী অতুল বৰাৰ

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , January 13, 2021 6:52 pm

2 min read

Image_1610532528835~2
165
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ভোগালী উৰুকাৰ ব্যস্ততাৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ দুৰ্গম বনাঞ্চলত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ব্যস্ত হৈ আছে বনকৰ্মীসকল৷

পৰিয়ালৰ পৰা দুৰ-দুৰ্গম অঞ্চলত উৰুকাৰ দিনাও কৰ্মৰত এইসকল বনকৰ্মীৰ কাষত আজি উপস্থিত হয় বোকাখাতৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা৷

আজি কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই উদ্যান কৰ্তৃপক্ষই বনশিৱিৰসমূহৰ বাবে প্ৰদান কৰা পিঠা আৰু জলপানৰ টোপালাৰ লগতে এখনকৈ কেলেণ্ডাৰ আৰু এখন ডায়েৰী প্ৰদান কৰে৷

অতুল বৰাৰ এই উপহাৰৰ লগতে বেচৰকাৰী প্ৰকৃতি সংগঠন আৰণ্যকৰ তৰফৰ পৰাও ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতিটো বনশিৱিৰৰ বাবে একোখনকৈ কেলেণ্ডাৰ প্ৰদান কৰে৷

এই উপলক্ষে অগৰাতলি বনাঞ্চলৰ প্ৰৱেশদ্বাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰ আৰু বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাও উপস্থিত থাকে৷

গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত বনকৰ্মীক ভোগালী বিহু উপহাৰ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই নিষ্ঠা সহকাৰে কাজিৰঙাত কৰ্মৰত বনকৰ্মীসকলক ভোগালীৰ শুভেচ্ছা জনোৱাৰ লগতে চোৰাংচিকাৰ প্ৰতিৰোধ কৰাৰ লগতে বাৰ্ড ফ্লুৰ প্ৰতিও লক্ষ্য ৰাখিবৰ বাবে আহ্বান জনায়৷

অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে বনকৰ্মীসকলক উৰুকাৰ উপহাৰ প্ৰদান কৰাৰ বাবে মন্ত্ৰী অতুল বৰাক আৰু কেলেণ্ডাৰ প্ৰদান কৰাৰ বাবে প্ৰকৃতি সংগঠন আৰণ্যকক ধন্যবাদ জ্ঞাপন কৰে৷

উল্লেখ্য যে বিগত বৰ্ষৰ দৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫ টা বনাঞ্চলৰ মুঠ ১৭২ টা বন শিৱিৰৰ বনকৰ্মীৰ মাজত আজি এই সামগ্ৰী বিতৰণ কৰা হয়৷

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd