• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ স্বাস্থ্য বিভাগ ক’ৰ’নাক লৈ সজাগ হোৱাৰ সময়তে খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদৰ চিকিৎসালয়ত তলা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 27, 2020 8:07 pm
Assam agricultur university

বন্ধ হৈ থকা চিকিৎসালয়খন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ ফলত ২৫০০০-ত কৈ অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় ছয় লাখ লোক এই ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰিছে।

ভাৰতৰ লগতে অসম চৰকাৰেও ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ সকলো চিকিৎসালয়ক সতৰ্ক হৈ থকাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে চিকিৎসা কৰ্মসকলৰ চুটী বাতিল কৰিছে।

Apply Now

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা খণ্ডত বিভিন্ন গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ লগতে এই মহাদুৰ্যোগৰ সময়ত স্বাস্থ্য বিভাগৰ কোনো কৰ্মচাৰীকে বিশেষ অসুবিধা নাথাকিলে ছুটী দিয়া নহ’ব বুলি ঘোষণা কৰিছে ।

ক’ৰ’না ভাইৰাছৰ বাবে দেশৰ সকলো চিকিৎসালয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশক বুঢ়া আঙুলী দেখুৱাই মহানগৰীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত থকা চিকিৎসালয়ত তলা ওলমি আছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন ডঃ বিবেকানন্দ শইকীয়াই জনোৱা মতে চিকিৎসালয়খনৰ চিকিৎসক ক্ৰমে ডঃ আলিফা বেগম আৰু ডঃ যোগীৰাজ দাসে দীৰ্ঘ দিন ধৰি চিকিৎসালয়ত উপস্থিত নাই ।

যাৰ ফলত বিশ্ববিদ্যালয় খনৰ প্ৰায় দুইসহস্ৰাধিক চৌহদবাসীয়ে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ।

চিকিৎসক দুগৰাকীক ফোনতহে বিচাৰিবলগীয়া হয় বুলিও শইকীয়াই লগতে কয়।

‘‘তেওঁলোকক ফোনত হে বিচাৰিবলগীয়া হয়। যাৰ বাবে চিকিৎসালয় খনৰ সন্মুখৰ বেৰত ফোন নং সহ বেনাৰ আৰি দিয়া হৈছে,’’শইকীয়াৰ মন্তব্য।

উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনৰ চিকিৎসালয়ৰ বেৰত  লগাই থোৱা বেনাৰত এনেদৰে লিখা আছে, ‘‘চিকিৎসালয়লৈ অহাৰ আগত চিকিৎসকক যোগাযোগ কৰিব।’’  তাৰ পিছত লিখি থোৱা আছে চিকিৎসক দুজনক দুজনৰ যোগাযোগৰ নম্বৰ ।

আনহাতে, অসম কৃষি বিশ্ববিদ্যালয় কতৃপক্ষই চিকিৎসক দুজনক জাননী প্ৰেৰণ কৰে যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষক গুৰুত্ব নিদি চিকিৎসালয়ত অনুপস্থিত থাকে চিকিৎসক দুয়োগৰাকী ।

জানিব পৰা মতে, নিজৰ দায়িত্ব আৰু কৰ্তব্য পাহৰি চিকিৎসক দুজনে ব্যক্তিগত খণ্ডৰ আগশাৰীৰ চিকিৎসালয় সমূহত অধিক ধনৰ বিনিময়ত কাম কৰে ।

আমাৰ সাংবাদিকে চিকিৎসক দুজনক যোগাযোগ কৰে যদিও চিকিৎসক আলিফা বেগমৰ যোগাযোগ নম্বৰটি নিস্ক্ৰিয় হৈ থকাৰ বিপৰীতে যোগীৰাজ দাসক লগ ধৰিব খোজাত তেওঁ কাইলৈ আগতীয়াকৈ ফোন কৰি লগ ধৰিবলৈ কয়।

যি সময়ত চিকিৎসা মহাবিদ্যালয়সমূহ ক’ৰ’না চিকিৎসালয়লৈ উন্নীতকৰণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্যৰ জনসাধাৰণক প্ৰাথমিক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়সমূহলৈ যোৱাৰ  বাবে আহ্বান জনাইছে তেনে সময়ত গুৱাহাটীৰ মহানগৰীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদৰ চিকিৎসালয়খনত তলা ওলমি থকা কাৰ্য্যই সকলোকে আশ্বৰ্য্যচকিত কৰি তুলিছে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm
বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

June 25, 2026 5:11 pm
বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

June 25, 2026 4:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd