• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বজোৰা জৰীপত ভয়াৱহ তথ্য! দেশৰ বন ধ্বংসৰ ৭৫%ই উঃ-পূবৰ, শীৰ্ষত অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2019 5:14 pm
Pakke Tiger Reserve Assam and NE lead India's deforestation

অৰুণাচল প্ৰদেশৰ পাখুই বাঘ ৰিজাৰ্ভৰ ছবি। সৌজন্য-- ৱিকিমিদিয়া কমনছ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৮ বছৰত ভাৰতে হেৰুওৱা বন আচ্ছাদনৰ ৭৫%ই হৈছে সেউজীয়াৰ কাৰণে বিখ্যাত উত্তৰ-পূবৰ।

বানপানী, ভূমিকম্প, সৰ্বাধিক ভূ-কম্পপ্ৰৱণ অঞ্চলত বৃহৎ নদীবান্ধ আদিৰ চৰ্চাৰ মাজতে বিশ্বজুৰি বন ধ্বংস নিৰীক্ষণকাৰী ৱে’ব এপ গ্ল’বেল ফৰেস্ত ৱটচৰ তথ্যত এই ভয়াৱহ দিশ পোহৰলৈ আহিছে।

Apply Now

উত্তৰ-পূবৰ ভিতৰতো আকৌ অসম আছে বন আৱৰণ (tree cover) বিলুপ্তিৰ শীৰ্ষত।

২০০১ৰ পৰা ২০১৮ চনৰ ভিতৰত অসমে হেৰুৱাইছে ২৩৮৮.২৬ বৰ্গ কিঃ মিঃ পৰিমাণৰ বন আৱৰণ। আৰু মিজোৰামে হেৰুৱাইছে সৰ্বাধিক গছ (২০১৩-২০১৮, ১৩৯২ বৰ্গ কিঃ মিঃ)।

২০০০-১৮ চনৰ সময়চোৱাত সমগ্ৰ ভাৰতে হেৰুওৱা বন আচ্ছাদনৰ পৰিমাণ ১৬,৭৪৪ বৰ্গ কিঃ মিঃ। ইয়াৰে ১২৫২৩ বৰ্গ কিঃ মিঃ অৰ্থাৎ ৭৪.৭% উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ।

প্ৰকাশিত বাতৰি মতে, এন ডি এ’ৰ শাসনত যোৱা ৫ বছৰত কমক ছাৰি ২গুণলৈ বৃদ্ধি পাইছে বন ধ্বংস।

২০১৩ৰ পৰা ২০১৮ চনৰ ভিতৰত ভাৰতে হেৰুৱাইছে ৬৮৬৭.৫৭ বৰ্গ কিঃ মিঃ এলেকাৰ বন আচ্ছাদন।

এমেৰিকাৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেন্দে লেন্দছেট ছবি (Landsat imagery) আৰু ৰিম’ট ছেন্সিং এলগৰিদম (remote sensing algorithms)ৰ ব্যৱহাৰেৰে এই জৰীপটো চলাইছিল।

গ্ল’বেল ফৰেস্ত ৱটছ বাস্তৱ সময়ত বিশ্বজুৰি বন ধ্বংস নিৰীক্ষণ কৰি থাকিব পৰা এটা ৱে’ব এপ্লিকে’চন।

এই ৱে’ব এপ্লিকে’চনটোৰ উদ্যোক্তা হৈছে মেকআৰ্থাৰ ফাউন্দে’চন নামৰ এমেৰিকান ফান্দিং এজ’ন্সিৰ ধনেৰে চলা ৱৰ্ল্দ ৰিচৰ্চেজ ইনষ্টিটিউট।

এই প্ৰকল্পটোত ইউনিৰ্ভাছিটি অৱ মেৰিলেন্দৰ উপৰি গুগল, ইউ এছ এইদ (USAid) আদি সংস্থাও জৰিত হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd