• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিজিটেলাইজড কৰি তোলা হ’ব অসম বিধানসভাৰ কাম-কাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2018 11:02 am
l_Hitendra-Nath-Goswami-1524730826

অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী। ফাইল ফটো

445
VIEWS
Share on FacebookShare on Twitter

পেপাৰলেছ হ’ব অসম বিধানসভা। অৰ্থাৎ বিধানসভাৰ কাম-কাজত কাগজৰ ব্যৱহাৰ বন্ধ হৈ পৰিব। ইয়াৰ পৰিৱৰ্তে বিধানসভাৰ কাম-কাজ তথা কাৰ্যসূচীসমূহ বিধানসভা সচিবালয়ে ডিজিটেলাইজড কৰাৰ বাবে সাজু হৈছে। অসম বিধানসভাক পেপাৰলেছ কৰি তোলাৰ বাবে চলোৱা এই প্ৰচেষ্টাৰ কথা ঘোষণা কৰিছে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

সোমবাৰে এখন সংবাদমেলত অধ্যক্ষ গোস্বামীয়ে কয় যে হিমাচল, উত্তৰ প্ৰদেশ, ছিকিম, কৰ্ণাটক আদি কেইবাখনো ৰাজ্যত বিধানসভাক পেপাৰলেছ কৰি তোলা হৈছে। দেশৰ ৰাজ্যসমূহৰ বিধানসভাক পেপাৰলেছ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে ৭৪৪ কোটি টকা ধাৰ্য কৰিছে। এই পুঁজিৰ অংশ অসমেও পাব।

অধ্যক্ষ গোস্বামীয়ে লগতে জানিব দিয়ে যে দুই বছৰৰ ভিতৰত বিধানসভাক পেপাৰলেছ কৰি তোলাৰ চেষ্টা চলোৱা হ’ব। অধ্যক্ষ গোস্বামীয়ে এই ব্যৱস্থাৰ দ্বাৰা গণতন্ত্ৰ অধিক শক্তিশালী হ’ব বুলি উল্লেখ কৰে।

তেওঁ কয় যে বিধানসভাত হোৱা বিতৰ্ক তথা আলোচনা, প্ৰশ্নোত্তৰ, বিধেয়ক আদি ৰাইজে চাব পাৰিব। পেপাৰলেছ বিধানসভাৰ ৰূপ দিয়াৰ বাবে গ্ৰহণ কৰা প্ৰকল্পটো এন আই চিয়ে প্ৰস্তুত কৰাৰ কথাও  গোস্বামীয়ে জানিবলৈ দিয়ে।

Recent News

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

গুৱাহাটী জিলা পুথিভঁৰালত বিশেষ সভা, ‘জ্ঞান গান্ধৈ’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন

গুৱাহাটী জিলা পুথিভঁৰালত বিশেষ সভা, ‘জ্ঞান গান্ধৈ’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd